অত্যাৱশ্যকীয় খাদ্য আৰু ইন্ধনজাত সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মী সকলে মৰাণ নগৰৰ মাজমজিয়াত ট্ৰেফিক পইণ্টত বিভিন্ন শ্লোগানেৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।লগতে প্ৰতিবাদকাৰী সকলে যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে চৰকাৰক সকিয়াই দিয়ে যে অনাগত সময়ত যদি চৰকাৰখনে মূল্য বৃদ্ধি ৰোধ নকৰে,তেনেহলে ইয়াতকৈ ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিব বুলি সকিয়াই দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ নাজিৰা মেকিপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাকলৈ চাঞ্চল্য।
শিৱসাগৰ নাজিৰা মেকিপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাকলৈ তীব্ৰ চাঞ্চল্য।
नई गाड़ी खरीदने का प्लान? Maruti Suzuki S-Presso में मिल रही तगड़ी छूट
Maruti Sep Discount Offer मारुति एस-प्रेसो कुल 4 वेरिएंट में आता है जिसमें एसटीडी एलएक्सआई...
PORBANDAR પોરબંદર ચેમ્બર ઓફ કોમર્સની જનરલ બેઠક સાથે સ્નેહમિલન યોજાયું 12 11 2022
PORBANDAR પોરબંદર ચેમ્બર ઓફ કોમર્સની જનરલ બેઠક સાથે સ્નેહમિલન યોજાયું 12 11 2022
TVS Jupiter 2024 First Ride Review: कैसा है नया जुपिटर, खरीदने का मन बना रहे हैं तो पहले पढ़ लें ये खबर
टीवीएस मोटर्स की ओर से हाल में ही एंट्री लेवल स्कूटर TVS Jupiter110 को नए अवतार में...
આટકોટ વિરબાઈ કન્યા શાળામાં સેવાસેતુ કાર્યક્રમ યોજાયો, કેબિનેટ મંત્રી કુંવરજીભાઈ બાવળીયા ઉપસ્થિત રહ્યા
આટકોટ:- કન્યા શાળામાં સેવાસેતુ કાર્યક્રમ યોજાયો, કેબિનેટ મંત્રી કુંવરજીભાઈ બાવળીયા ઉપસ્થિત...