অত্যাৱশ্যকীয় খাদ্য আৰু ইন্ধনজাত সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মী সকলে মৰাণ নগৰৰ মাজমজিয়াত ট্ৰেফিক পইণ্টত বিভিন্ন শ্লোগানেৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।লগতে প্ৰতিবাদকাৰী সকলে যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে চৰকাৰক সকিয়াই দিয়ে যে অনাগত সময়ত যদি চৰকাৰখনে মূল্য বৃদ্ধি ৰোধ নকৰে,তেনেহলে ইয়াতকৈ ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিব বুলি সকিয়াই দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীত শিশু খাদ্যৰ নামত বৰবিহ :
মাজুলীত শিশু খাদ্যৰ নামত বৰবিহ : খাদ্য আৰু অসামৰিক যোগান বিভাগে অংগনাবাড়ী কেন্দ্ৰলৈ...
અમરેલી શહેરમાં સોના-ચાંદીના દાગીનાની ચોરી કરનાર ઇસમને સોના-ચાંદીના દાગીના મળી કુલ કિં.રૂ.૧,૮૧,૮૦૨/- ના મુદ્દામાલ સાથે પકડી પાડી, ઘરફોડ ચોરીનો ગુનો ડીટેકટ કરતી અમરેલી એલ.સી.બી.
ગુન્હાની વિગતા
ગઇ તા.૦૬/૦૮/૨૦૨૨ ના કલાક ૧૮/૦૦ થી તા.૧૩/૦૮/૨૦૨૨ ના કલાક ૧૮/૦૦ દરમ્યાન...
মেকিপুৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যা ৰীণা মানকীৰ অকাল মৃত্যু ।
নাজিৰা সমষ্টিৰ মেকিপুৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যা , আটছাৰ নাজিৰা শাখাৰ প্ৰাক্তন সাংস্কৃতিক...
Breaking News :Supreme Court की पहली महिला जज Fathima Beevi का निधन | Aaj Tak
Breaking News :Supreme Court की पहली महिला जज Fathima Beevi का निधन | Aaj Tak
ખત્રી વિદ્યાલય ઉચ્ચત્તર માધ્યમિક શાળા બોડેલી ખાતે વિધાનસભા ચૂંટણી અંતર્ગત તાલીમનું આયોજન કરવામાં આવ્યું.
ખત્રી વિદ્યાલય ઉચ્ચત્તર માધ્યમિક શાળા બોડેલી ખાતે વિધાનસભા ચૂંટણી અંતર્ગત તાલીમનું આયોજન...