শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষিত হব তুলসী ওজাৰ ঢোল। ৰাজহুৱা আদ্যশ্ৰাদ্ধ,স্মৃতিচাৰণ,স্মাৰক গ্ৰন্থ উন্মোচন। টিংখাঙত মন্ত্ৰী বিমল বৰাই মুকলি কৰিলে প্ৰয়াত ওজাৰ নামত পথ। যোৱা 2 জুলাইত মৃত্যু হোৱা লোক শিল্পী তথা ঢোলৰ সম্ৰাট টিংখাঙৰ ভালোকমৰা গাঁৱৰ নিবাসী তুলসী ওজাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সোমবাৰে প্ৰয়াত ওজাৰ বাহগৃহৰ সমীপৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হয়। ওজাৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখন স্মৃতি চাৰণ সভা । তুলসী ওজাৰ সৃষ্টি ৰাজি তথা তেওঁৰ জীৱন কালত লাভ কৰা স্বীকৃতি সমূহ একেলগে সংবদ্ধ কৰি প্ৰকাশ কৰি উলিওৱা স্মাৰক গ্ৰন্থখন উন্মোচন কৰে মন্ত্ৰী বিমল বৰাই। লগতে ওজাৰ বাহগৃহলৈ যোৱা পথটো প্ৰয়াত তুলসী ওজাৰ নামত নামাকৰণ কৰি সুন্দৰকৈ নিৰ্মাণ কৰা বাবে ফিটা কাটি উন্মোচন কৰে মন্ত্ৰী গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বামুনবাৰী পঞ্চায়ত এলেকাত কেইবাটিও আঁচনিৰ শুভ উদ্বোধন কৰিলে বিধায়ক চক্ৰধৰ গগৈযে
বামুনবাৰী পঞ্চায়ত এলেকাত কেইবাটিও আঁচনিৰ শুভ উদ্বোধন কৰিলে বিধায়ক চক্ৰধৰ গগৈযে
टिकरी ग्राम में पुलिया से टकराई मोटरबाइक 2 लोगों की दर्दनाक मौत
टिकरी ग्राम में पुलिया से टकराई मोटरबाइक 2 लोगों की दर्दनाक मौत
पवाई थाना डायल हंड्रेड...
હોમગાર્ડના ડિવિઝન કમાન્ડર એમ.પી.શાહનો રૂપિયાની લેતીદેતી અને ખોટી હાજરીઓ ભરવાનું રેકોર્ડિંગ વાયરલ !
હોમગાર્ડના ડિવિઝન કમાન્ડર એમ.પી.શાહનો રૂપિયાની લેતીદેતી અને ખોટી હાજરીઓ ભરવાનું રેકોર્ડિંગ વાયરલ !
Pune Metro Magic Show करण्याची वेळ का आली? Vanaz Station | BBC News Marathi
Pune Metro Magic Show करण्याची वेळ का आली? Vanaz Station | BBC News Marathi
જૂનાગઢના ઇન્દ્રેશ્વર મંદિર તરફ જવાનો માર્ગ બિસ્માર હાલતમાં હોવાથી તંત્ર દ્વારા કરાશે સમારકામ
જૂનાગઢના ઇન્દ્રેશ્વર મંદિર તરફ જવાનો માર્ગ બિસ્માર હાલતમાં હોવાથી તંત્ર દ્વારા કરાશે સમારકામ