সোণাৰি সমষ্টিৰ এটা বিশেষ পথৰ দুৰৱস্থা দেখি আচৰিত পথাচাৰি। সোণাৰি সমষ্টিৰ টিটলাগড়ৰ পৰা নামৰূপ সংযোগী পথটোৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে জনসাধাৰণক। কানাসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।