দৈনিক ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ইটোৰ পিছত সিটো ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা মৰঙীৰ সাৰৰ গাঁৱৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। হাৰিয়ানাৰ পৰা ইম্ফল অভিমুখী বাহন খনৰ ভিতৰত অনা সামগ্ৰীক লৈ ৰাইজৰ সন্দেহ। কিয়নো চালক গৰাকীয়ে বাৰে বাৰে কৰিছে ভাষ্য সলনি। দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ HR 38AC 0598 ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Amruta Fadnavis | प्लॅस्टिक सर्जरी केलीत का?; या प्रश्नावर अमृता फडणवीसांचं भन्नाट उत्तर
Amruta Fadnavis | प्लॅस्टिक सर्जरी केलीत का?; या प्रश्नावर अमृता फडणवीसांचं भन्नाट उत्तर
પાટણના શંખેશ્વર પંથકમાં વરસાદ સાથે કરા પડ્યા | SatyaNirbhay News Channel
પાટણના શંખેશ્વર પંથકમાં વરસાદ સાથે કરા પડ્યા |
SatyaNirbhay News Channel
બાબા રામદેવપીરના ધ્વજા મહોત્સવ અંતર્ગત શોભાયાત્રા
#buletinindia #gujarat
अग्रसेन जयंती महोत्सव की तैयारियों को लेकर बैठक संपन्न, अग्रसेन जयंती पर दो दिवसीय होंगे कार्यक्रम
अग्रसेन जयंती महोत्सव के आयोजन को लेकर अग्रवाल धर्मशाला में भंवरलाल अग्रवाल सीदडा की अध्यक्षता...