অৰুনাচলীৰ পৰিকল্পিত Selke encoresment অব্যাহত।
অসমভূমিৰ একাংশৰ পাচত একাংশকৈ প্ৰতিটো সীমামুৰীয়া অংশক দ্বাবী কৰাটো যেন অৰুনাচলীৰ পৰম্পৰালৈ পৰিণত হৈছে।
লখিমপুৰ জিলাৰ দুলুং অংশৰ পাচত এইবাৰ কদম ৰাজহ চক্ৰৰে কাকৈ বোকানলা শান্তিপুৰ অঞ্চল অৰুনাচলৰ বুলি দ্বাবীটট।
শেষতীয়াকৈ কদম ৰাজহ চক্ৰৰ কাকৈ বোকানলা শান্তিপুৰ অঞ্চল অৰুনাচলৰ বুলি দ্ববী কৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে লখিমপুৰীয়া সীমান্তবাসীৰ ৰাইজ।
তাকেলৈ শুক্ৰবাৰে পুৱা ভাগৰপৰা বিয়লিলৈকে কাকৈ বনকৰ্মী, কদম ৰাজহ চক্ৰৰ কাননগু লাটমণ্ডল, গাও বুঢ়া আৰু ৰাইজৰ সীমান্ত অঞ্চলত জিপিএচ টেক কৰি যৌথভাৱে তথ্য সংগ্ৰহ।
আচৰ্যজনক কথা ৰাজহ চক্ৰটোৰ অসম অৰুনাচল সীমাৰ বোকানলা অংশৰ চিয়াজুলি পঞ্চায়তৰ ৭নং ৱাৰ্ডৰ ১৩ শ গঞাৰ ১৩ টা চিলি আৰু নিচি পৰিয়াল বসবাস কৰা অসমৰ ভূমি অংশকো অৰুনাচলৰ বুলি দাবী কৰাৰ পাচত তৎপৰ হৈ পৰিছে লখিমপুৰ প্ৰশাসন।
উল্লখ্য সীমাৰ পৰা ৫ কিলোমিটাৰ দূৰত বসবাস কৰা পৰিয়াল কেইটা অসমৰ ভোটাৰ আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসন কালত চুনুমি চিলি নামৰ এগৰাকী চিয়াজুলী পঞ্চাযত সদস্যাও আছিল।