ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙটো ক'ভিড ১৯ টীকাকৰণৰ অমৃত মহোৎসৱৰ শুভ উদ্বোধন কৰা হয়। মঙ্গলদৈ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত এই কাৰ্যসূচী অনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হৰপল সিং সুৰীয়ে । তদুপৰি এই অনুষ্ঠানত জিলা সমাজ কল্যান বিষয়া ৰজলক্ষী দেউৰী,অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, সহকাৰী আয়ুক্ত সীমান্ত বসুমতাৰী,মহকুমা স্বাস্থ্য বিষয়া ক্ৰমে ডাঃ বিনোদ চন্দ্ৰ কলিতা UNICEF ৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়া ডাঃ স্বৰূপ পট্টনায়ক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক নয়না পৰাশৰকে ধৰি জিলা আৰু খণ্ড পৰ্যায়ৰ মহকুমা স্বাস্থ্য বিষয়া,অন্যান্য কৰ্মচাৰী, আশা তথা স্বাস্থ্য বিভাগৰ অৰ্ধ শতাধিক লোকে অংশ গ্ৰহন কৰে।উল্লেখ্য যে নিশ্চিত টীকাকৰণ ,সুৰক্ষিত জীৱন শ্লোগানেৰে আৰম্ভ কৰা এই অমৃত মহোৎসৱৰ কাৰ্যসুচীৰ অধীনত আজিৰ পৰা আগন্তুক ৭৫ দিনলৈ ১৮ বছৰৰ পৰা ৫৯ বয়সৰ সকলো লোককে ক'ভিড ১৯ ৰ সুৰক্ষামূলক পালি টীকা প্ৰদান কৰা হব। দ্বিতীয় পালি টীকা গ্ৰহণৰ ছয় মাহ হোৱা এই বয়সৰ লোকে এই সুৰক্ষামূলক পালি টীকা লাভ কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত চাহ শ্ৰমিকৰ ধৰ্ণা
সোণাৰিত চাহ শ্ৰমিকৰ ধৰ্ণা। অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ আহ্বান ক্ৰমে চাহ শ্ৰমিকৰ ২১ দফীয়া...
'CBI वाले इंजीनियर नहीं', BJP की मांग पर तेजस्वी का तंज, नए सिरे से बनेगा पुल, कंपनी से होगी खर्च की वसूली
बिहार के उप मुख्यमंत्री तेजस्वी यादव ने कहा है कि सुल्तानगंज-अगुवानी घाट पुल के ध्वस्त हिस्से पर...
Gujarat News: गुजरात में आयुष्मान योजना के नाम पर लूट, दो लोगों की हुई मौत | Aaj Tak
Gujarat News: गुजरात में आयुष्मान योजना के नाम पर लूट, दो लोगों की हुई मौत | Aaj Tak
19 વર્ષના યુવાનની તલવારના ઘા ઝીંકી ઘાતકી હત્યા કરાતા સમગ્ર પંથકમાં ચકચાર મચી
પાટડી તાલુકાના વડગામમાં 19 વર્ષના યુવાનની તલવારના ઘા ઝીંકી ઘાતકી હત્યા કરાતા સમગ્ર પંથકમાં ચકચાર...
फेस्टिव सीजन के पहले हफ्ते में iPhone की हुई धमाकेदार बिक्री, खरीदें गए 15 लाख से अधिक डिवाइस
फेस्टिव सीजन शुरू होते ही अमेजन और फ्लिपकार्ट जैसी कंपनियों ने अपने कस्टमर्स के लिए कई...