ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙটো ক'ভিড ১৯ টীকাকৰণৰ অমৃত মহোৎসৱৰ শুভ উদ্বোধন কৰা হয়। মঙ্গলদৈ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত এই কাৰ্যসূচী অনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হৰপল সিং সুৰীয়ে । তদুপৰি এই অনুষ্ঠানত জিলা সমাজ কল্যান বিষয়া ৰজলক্ষী দেউৰী,অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, সহকাৰী আয়ুক্ত সীমান্ত বসুমতাৰী,মহকুমা স্বাস্থ্য বিষয়া ক্ৰমে ডাঃ বিনোদ চন্দ্ৰ কলিতা UNICEF ৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়া ডাঃ স্বৰূপ পট্টনায়ক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক নয়না পৰাশৰকে ধৰি জিলা আৰু খণ্ড পৰ্যায়ৰ মহকুমা স্বাস্থ্য বিষয়া,অন্যান্য কৰ্মচাৰী, আশা তথা স্বাস্থ্য বিভাগৰ অৰ্ধ শতাধিক লোকে অংশ গ্ৰহন কৰে।উল্লেখ্য যে নিশ্চিত টীকাকৰণ ,সুৰক্ষিত জীৱন শ্লোগানেৰে আৰম্ভ কৰা এই অমৃত মহোৎসৱৰ কাৰ্যসুচীৰ অধীনত আজিৰ পৰা আগন্তুক ৭৫ দিনলৈ ১৮ বছৰৰ পৰা ৫৯ বয়সৰ সকলো লোককে ক'ভিড ১৯ ৰ সুৰক্ষামূলক পালি টীকা প্ৰদান কৰা হব। দ্বিতীয় পালি টীকা গ্ৰহণৰ ছয় মাহ হোৱা এই বয়সৰ লোকে এই সুৰক্ষামূলক পালি টীকা লাভ কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુનાગઢ: હેમુ ગઢવી હોલ ખાતે શાળાનો વાર્ષિક કાર્યક્રમ યોજાયો હતો.જેમાં ૩૬૬ બાળકો એ ભાગ લીધો હતો.
જુનાગઢ: હેમુ ગઢવી હોલ ખાતે શાળાનો વાર્ષિક કાર્યક્રમ યોજાયો હતો.જેમાં ૩૬૬ બાળકો એ ભાગ લીધો હતો.
देश की पहली इलेक्ट्रिक सुपरबाइक Ultraviolette F99 हुई पेश, 3 सेकंड में पकड़ेगी 100 kmph की स्पीड
अल्ट्रावायलेट ऑटोमोटिव में इंडिया की पहली इलेक्ट्रिक सुपरबाइक को पेश किया है। यह बाइक...
જુગારીયાઓ જુગાર રમતા ઝડપાયા...
ચકલાસી પો.સ્ટે હદના પાલૈયા ગામમાંથી જાહેરમાંથી જુગાર રમતા ૮ ઇસમોને ઝડપી પાડી જુગારનો ગણનાપાત્ર...
લાલજીભાઈ પટેલ - પૂર્વ ચેરમેન, ધી ખેતીવાડી ઉત્પન્ન બજાર સમિતિ - ભાભર II B1 NEWS II #b1diwali
લાલજીભાઈ પટેલ - પૂર્વ ચેરમેન, ધી ખેતીવાડી ઉત્પન્ન બજાર સમિતિ - ભાભર II B1 NEWS II #b1diwali