উত্তৰপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰি ২০১৯ বৰ্ষত মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নিত কৰা মাধৱদেৱ বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে তিনিটাকৈ বৰ্ষ। ২০১৯ চনৰ ১৭ জুন তাৰিখে অধ্যাপক ড॰ দিবাকৰ চন্দ্ৰ ডেকাই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰিলে। কিন্তু বিশ্ববিদ্যালয়খনে তিনিটাকৈ বৰ্ষ অতিক্ৰম কৰাৰ পিছতো বিশ্ববিদ্যালয়খনত আজি পৰ্যন্ত আৰম্ভ নহ'ল স্নাতকোত্তৰ পাঠ্যক্ৰম। সেইহে শুক্ৰবাৰে অতি শ্ৰীঘ্ৰে মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দাবীত মাধৱদেৱ বিশ্ববিদ্যালয় আছু গোট আৰু মাধৱদেৱ বিশ্ববিদ্যালয় ছাত্র সমাজে সাবস্ত্য কৰিব প্ৰতিবাদী কাৰ্যসূচী। উলেখ্য যে,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাংগনত শুক্ৰবাৰে দিনৰ ১১ বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM Kejriwal News: CM Kejriwal का बड़ा बयान, कहा- वो चाहते हैं कि मुझे कुचल दिया जाए
CM Kejriwal News: CM Kejriwal का बड़ा बयान, कहा- वो चाहते हैं कि मुझे कुचल दिया जाए
सिंगापुर से लौटते ही लालू यादव ने BJP और RSS पर साधा निशाना, जातीय जनगणना को लेकर कही ये बात
देश में जातीय जनगणना करने का मुद्दा जोर पकड़ता जा रहा है। जातीय जनगणना को लेकर कांग्रेस पहले ही...
ઝાલોદ તાલુકના પરથમપુર ગામમાં વીજ ચોરીની ચેકીંગ કરવા માટે ગયેલ વેજલપુર MGVCL ની ટિમ ઉપર જીવલેણ હુમલો થતા કર્મચારીઓ ભાગીને જીવ બચાવ્તા હોવાનો વિડીઓ વાયરલ
દાહોદ જિલ્લાના ઝાલોદ તાલુકાના પરથમપુર ગામમાં પંચમહાલ જિલ્લાના વેજલપુર MGVCL સબ ડીવીઝનની કચેરી ના...
Aadhaar Card में गलत DoB की वजह से न हों परेशान, ऐसे करवा सकते हैं ठीक
अगर आपके आधार कार्ड में आपकी जानकारियां गलत हैं तो यह ठीक करवा लेने की सलाह दी जाती है। आधार...
भारत-पाक बॉर्डरच्या राजाची श्री गणेश मूर्ती जम्मू-काश्मीर रवाना
LOC भारत पाक बॉर्डरच्या राजाची मूर्ती जम्मू आणि काश्मीर येथे रवाना मोठ्या भक्ति भावात साजरा होणार...