মেৰামতিৰ বাবে ২৪ আৰু ২৫ ছেপ্টেম্বৰত কৰ্ট ৰোডকে ধৰি বিভিন্ন স্থানত বিদ্যুৎ কৰ্তনৰ আশংকাৰ ঘোষণা বিদ্যুৎ সংমণ্ডল বিভাগৰ এইপিডিচিএল, ইউ এ আৰ, গোলাঘাটৰ গোলাঘাট বৈদ্যুতিক উপ-সংমণ্ডল-১ৰ অধীনৰ নিৰ্মীয়মান ১১ কেভিএ ভিআইপি ফিদাৰৰ সংযোগ তথা সমাগত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় মেৰামতিৰ বাবে অহা ২৪ আৰু ২৫ ছেপ্টেম্বৰৰ পুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ ১১ কেভিএ টাউন ফিদাৰৰ বিদ্যুৎ কৰ্তন কৰা হ'ব । এইপিডিচিএল, ইউ এ আৰ, গোলাঘাটৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে এই সন্দৰ্ভত জাৰি কৰা জাননীত কোৱা হৈছে যে উক্ত সময়ছোৱাত গোলাঘাট নগৰৰ টোকানি চাৰ্কোল, হিন্দী স্কুল পথ, শান্তিপুৰ, কোৰ্ট ৰোড, ৰ'দালি পইন্ট, টেনপুৰ, মিছন তিনিআলি, কলেজ তিনিআলি, জোনাকী নগৰ, দেৱৰাজ ৰয় মহাবিদ্যালয় পথ, মিছন কম্পাউণ্ড, বিপিন ফুকন নগৰ, ধ্ৰুৱ নগৰ, ষ্টেচন ৰোড তথা ইয়াৰ কাষৰীয়া অঞ্চলসমূহত প্ৰভাৱ পৰিব পাৰে । বিদ্যুৎ বিভাগে এই দিনকেইটাত উপভোক্তাসকলক বিভাগৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
એશિયાના સૌથીમોટા ચારણકા પાસે આવેલા સોલાર પાર્કમાં આગ ફાયરબ્રિગેડે આગ કાબૂ મેળવવાના પ્રયાસો હાથ ધર્યા
એશિયાના સૌથીમોટા ચારણકા પાસે આવેલા સોલાર પાર્કમાં આગ ફાયરબ્રિગેડે આગ કાબૂ મેળવવાના પ્રયાસો હાથ ધર્યા
શંકરસિંહ વાઘેલા અને કોંગ્રેસ વચ્ચે કોકડું ગુંચવાયું @Sandesh News
શંકરસિંહ વાઘેલા અને કોંગ્રેસ વચ્ચે કોકડું ગુંચવાયું @Sandesh News
নৃসিংহ মুৰাৰী ভাঁওনাই মুহিলে দৰ্শকক ৷
নৃসিংহ মুৰাৰী ভাঁওনাই মুহিলে দৰ্শকক ৷
মাজুলীৰ কঠমীয়া গাঁৱত দ্বীপ জিলাৰ বিভিন্ন স্থানৰ যুৱক...
খোৱাঙত প্ৰচণ্ড ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত কেইবাটাও বাসগৃহ
খোৱাঙত প্ৰচণ্ড ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত কেইবাটাও বাসগৃহ