চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা মহিলা মৰ্চাৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। তেখেতে মহিলা সকলক উদ্দেশ্যি নাৰী সৱলীকৰণৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে সভাখনত। তেখেতে কয় প্ৰতি গৰাকী নাৰীয়ে হৈছে প্ৰতিভাৰ আকৰ, নাৰী সকলৰ মাজত অফুৰন্ত শক্তি আছে যি শক্তিয়ে ঘৰখন, সমাজ খন, ৰাজ্য খনৰ লগতে দেশখনক সলনি কৰিব পাৰে। অসম বুৰঞ্জীৰ উদ্ধৃতি দি মূলা গাভৰু, জয়মতী কুঁৱৰী, কুৰঙ্গনয়নীৰ আদৰ্শৰে অনুপ্ৰাণিত আৰু তেনে মহীয়সী নাৰীৰ মহীয়ান অসমৰ নাৰী সমাজ বুলি মন্তব্য কৰে। উক্ত সভাত উপস্থিত থাকে চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ, মহিলা মৰ্চাৰ জিলা সমিতিৰ সভানেত্ৰী প্ৰণীতা পাংগিং, ৰাজ্যিক উপসভানেত্ৰী তথা চৰাইদেউ জিলা মহিলা মৰ্চাৰ তত্বাৱধায়ক মধুমিতা দত্ত, ৰাজ্যিক মহিলা মৰ্চাৰ সাংস্কৃতিক কোষৰ আহ্বায়িকা প্ৰিয়ংকা কলিতা গগৈ, সাধাৰণ সম্পাদিকা ললিতা বড়া, জুৰি মহন, সম্পাদিকা জোনমনি বড়া বৰুৱা, বৰুৱাছালি জিলা পৰিষদৰ সদস্যা পূৰবী গগৈ,লাকুৱা জিলা পৰিষদৰ সদস্যা মুনমুনি ৰাজকুমাৰী ৰ লগতে মহিলা মৰ্চাৰ জিলা আৰু মন্ডলৰ সমূহ বিষয় ববীয়া সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Supreme Court Verdict On Electoral Bonds | चुनावी बॉन्ड मामले में SC का आया फैसला | SBI Share Price
Supreme Court Verdict On Electoral Bonds | चुनावी बॉन्ड मामले में SC का आया फैसला | SBI Share Price
असम सीएम हिमंता बिस्वा शर्मा बोले:पाकिस्तान जिंदाबाद बोलने वालों की नहीं बनेगी सरकार,
हरियाणा में कांग्रेस की सरकार बनी तो प्रदेश का क्या होगा, यह हथीन और नूंह से कांग्रेस...
રાજુલા ના ચૌત્રા ગામે ખેતી કરતા ખેત મજૂર પર દીપડાનો હુમલો, ઇજાગ્રસ્ત ખેત મજૂરને ખસેડાયો હોસ્પિટલમાં.
રાજુલા ના ચૌત્રા ગામે ખેતી કરતા ખેત મજૂર પર દીપડાનો હુમલો, ઇજાગ્રસ્ત ખેત મજૂરને ખસેડાયો હોસ્પિટલમાં.
চৰকাৰী কৰ্মচাৰীকলৈ মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা।
এতিয়াৰে পৰা ৰাইজৰ কামত বিলম্ব কৰিলে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা প্ৰতিদিনে কৰ্তন কৰা হ’ব...
৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উপলক্ষ্যত আগছুৰ মৰান আঞ্চলিক সমিতিৰ সভাপতিৰ প্ৰতিক্ৰিয়া
৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উপলক্ষ্যত আগছুৰ মৰান আঞ্চলিক সমিতিৰ সভাপতিৰ প্ৰতিক্ৰিয়া