ডিব্ৰুগড় জিলা প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী জিলা খনত সকলো ধৰণৰ লটাৰী, হাউচি, জোৱা আদি সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে যদিও প্ৰশাসন নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই মৰাণত প্ৰশাসনৰ অনুমতি অবিহনে কিছুদিনৰ পূৰ্বে জন্ম হোৱা জে চি আই মৰাণ অসম ৰয়েলছ নামৰ সংগঠনটোৱে বিক্ৰী কৰিছে লটাৰীৰ টিকট। ডিব্ৰুগড়ৰ জিলাৰ মৰাণ ৰাজহ চক্ৰ আৰু মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰৰ মাজমজিয়াত বিনা অনুমতিত এখন অস্থায়ী বিপনী খুলি মাইকছেট লগাই জে চি আই মৰাণ অসম ৰয়েলছৰ সভানেত্ৰী নন্দিনী পাছাৰী, স্বাতী গাড়োডিয়া সম্পাদিকা, কোষাধ্যক্ষ ৰশ্নী টোডি খাখলিয়া, উপ-সভানেত্ৰী- কোমল আগৰৱালৰ নাম সন্নিবিষ্ট থকা লটাৰীৰ টিকট বিক্ৰী কৰিছিল। পিছত সাংবাদিকে চক্ৰ বিষয়াক এই বিষয়ে ফোনযোগে সোধাত অনুমতি অবিহনে লটাৰী টিকট বিক্ৰী কৰাৰ কথা জনাই আৰু ডিব্ৰুগড় জিলাত সকলো ধৰণৰ গেমব্লিং বন্ধ আছে বুলি সাংবাদিক কয়। কিন্তু এই খিনিতে এটা প্ৰশ্নৰ উত্থাপন যে যদি ডিব্ৰুগড় জিলাত সকলো ধৰণৰ গেমব্লিং বন্ধ আছে তেন্তে আৰক্ষী আৰু প্ৰশাসনৰ সন্মুখত কাৰ ছত্ৰছায়াত চলি আছে এনে ধৰণৰ কাৰ্য । ই এক ৰহস্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सचिन बेंडभर यांच्या वाघोबाचा मोबाईलला मसाप पुरस्कार
महाराष्ट्र साहित्य परिषद पुणे यांच्या वतीने देण्यात येणारे प्रतिष्ठेचे वि. वि. बोकील स्मृती...
હરીશ ટોકીઝ પાસે લચ્છીની રેકડીમાં ધંધાર્થીને વિજશોક લાગતા મોત નિપજયુ
હરીશ ટોકીઝ પાસે લચ્છીની રેકડીમાં ધંધાર્થીને વિજશોક લાગતા મોત નિપજયુ
Tharad : કેનાલમાં 5 લોકોના આપઘાતની આશંકા | MantavyaNews
Tharad : કેનાલમાં 5 લોકોના આપઘાતની આશંકા | MantavyaNews
ડીસામાં વીજલાઇનની કામગીરી સામે ખેડૂતોમાં આક્રોશ ભભૂક્યો : ખેડૂતોએ આક્રોશ સાથે નાયબ કલેક્ટરને આવેદનપત્ર આપ્યું
ડીસા તાલુકાના ગામડાઓમાં જેટકો કંપની દ્વારા ખેતરોમાં આડેધડ થાંભલાઓ ઊભા કરી ખેડૂતોને નુકસાન...
ધ્રાંગધ્રા-રાવળિયાવદર બસમાં સાપ ચડી જતાં 5 કલાકે ઝડપાયો: રેસક્યુ કરી જંગલ વિસ્તારમાં છોડી દેવામા આવ્યો
ધ્રાંગધ્રા રાવળિયાવદર રૂટની એસટી બસમાં નારીચાણા ગામ રોડ પર બસમા સાપ ચડી જતા બસ રોડ પર ઊભી રાખી...