নামৰূপ থাৰ্মেলৰ ৯নং ৱাৰ্ডৰ যমুনা দেবীৰ বাসগৃহত বন্যহস্তীৰ আক্ৰমণ ।

কথমপি প্ৰান ৰক্ষা । হাতীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হয় বাসগৃহ ।