মাজুলী নিমাতি ফেৰী ৰ মূল্য বৃদ্ধি সিদ্ধান্ত। প্ৰতিক্ৰিয়া প্ৰকাশ যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতিৰ। চৰকাৰৰ এইবাৰ ফেৰী ভাড়া বৃদ্ধিৰ চক্ৰান্ত।। পুণৰ মাজুলী বাসীৰ মুৰত চৰকাৰৰ ৰাম টাঙোন।। ১০০ শতাংশ বৃদ্ধি হব ফেৰী ভাড়া।।মাজুলী পৰা নিমাতি সংযোগী ফেৰীৰ ভাড়া বৃদ্ধিক লৈ গুৱাহাটীত শুনানি।।ৰাজহুৱা শুনানি লবলৈ মাজুলী বাসীক গুৱাহাটীলৈ আমন্ত্ৰণ( INLAND WATER Transport Regulatory Authority ) জনোৱা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে ।।উল্লেখ্য যে ২১,২২,২৩ ছেপ্টেম্বৰত ভাড়া বৃদ্ধিক লৈ মতামত গ্ৰহণ কৰা হব বুলি মাজুলীৰ কিছু লোকলৈ আহিছে একো খনকৈ পত্ৰ।ইয়াকে লৈ সৰৱ হৈ পৰিছে মাজুলী জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞাই ।২০১৫ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাজুলী নিমাতী ফেৰিৰ ভাৰা বৃদ্ধি কৰিব বিচৰাত সংগঠনটোৱে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল , ন্যায়ালয়ে ৰাই দিছিল মাজুলী যোৰহাটৰ মাজৰ ফেৰী ভাড়া বৃদ্ধি কৰিব লগা হলেও বিভাগে মাজুলীলৈ গৈ মাজুলী বাসীৰ মতামত লৈ ভাড়া বৃদ্ধি কৰিব লাগিব। কিন্তু ইয়াৰ বিপৰীতে দেখা গৈছে বিভাগে পুনৰ এতিয়া গুৱাহাটীত লৈ মাতি মতাতম গ্ৰহণ কৰিব খুজা কাৰ্য গ্ৰহণযোগ্য নহয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণৰ বিবিধ ক্ষেত্ৰৰ ৭৫ গৰাকী বিশিষ্ট ব্যক্তিক বিজেপিৰ সম্বৰ্ধনা
মৰাণৰ বিবিধ ক্ষেত্ৰৰ 75 গৰাকী বিশিষ্ট ব্যক্তিলৈ বিজেপিৰ সম্বৰ্ধনা
ગોધરા આર.ટી.ઓ.કચેરીના અધિકારી એમ.આર.ગજ્જર સહિત ૪ ઇન્સ્પેકટરોની બદલી.
ગોધરા આર.ટી.ઓ. કચેરીમાં ફરજ બજાવતા આર.ટી.ઓ.અધિકારી એમ.આર.ગજ્જરની બદલી સુરત આર.ટી.ઓ.કચેરી ખાતે...
नगरपरिषदेचे मा. नगराध्यक्ष डॉ. भारतभूषण क्षीरसागर यांनी जाणता राजा गणेश मंडळाची केली आरती
नगरपरिषदेचे मा. नगराध्यक्ष डॉ. भारतभूषण क्षीरसागर यांनी जाणता राजा गणेश मंडळाची केली आरती
NDA Meeting News: Nadda के आवास पर NDA नेताओं की बड़ी बैठक, जानिए किन मुद्दों पर हुआ मंथन?
NDA Meeting News: Nadda के आवास पर NDA नेताओं की बड़ी बैठक, जानिए किन मुद्दों पर हुआ मंथन?