বনৰীয়া ম'হ ৰ আক্ৰমণত কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিছাত নিগ্ৰো ওৰাং নামৰ এজন লোকৰ মৃত্যুক লৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ। মৃতদেহ লৈ প্ৰায় ৩ ঘণ্টাকৈ অধিক সময় ধৰি বন বিভাগৰ ওপৰত ক্ষোভিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰাৰ ফলত বাতৰি লিখা সময়লৈকে আবদ্ধ হৈ আছে বহু যান বাহন ।বন বিভাগৰ গাফিলটিৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ ৰাইজৰ। উল্লেখ্য যে এই পথ অবৰোধৰ ফলত আবদ্ধ হৈ পৰিছে মন্ত্ৰী অতুল বৰাৰ কনভয়ো । মন্ত্ৰী গৰাকীয়ে ৰাইজক তথা উপস্থিত থকা চাহ জনগোষ্ঠীৰ সংগঠনৰ লোক সকলৰ লগত পোনপটীয়াকৈ কথোপকথনেৰে বুজনি দিয়াৰ চেষ্টা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাগৰিকত্ব সংশোধনী আইন বলবৎ অসমত ।শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ।
মঙ্গল বাৰে শিৱসাগৰ নগৰৰ মাজমজিয়া মুক্তিনাথ চাৰি আলিত সদৌ আসম ছাত্ৰসন্থাৰ আহ্বান মৰ্মে শিৱসাগৰ...
Maharashtra CM Fadnavis News: CM बनते ही एक्शन मोड में आए देवेंद्र फडणवीस, साइन की ये पहली फाइल
Maharashtra CM Fadnavis News: CM बनते ही एक्शन मोड में आए देवेंद्र फडणवीस, साइन की ये पहली फाइल