শিৱসাগৰ দ'লমুখ চাৰিআলিত আঙুৰলতা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আহোম জাতীয় গণ মঞ্চই এক প্ৰতিবাদী কাৰ্য্যসূচী সাব্যস্ত কৰে। আহোম জনগোষ্ঠীক অপমান কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ।