বৃহস্পতি বাৰে শিৱসাগৰ নগৰৰ বিদ্যুত বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত অসম ষ্টেট আউটচ পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ বিক্ষোভ কাৰ্য্যসূচী। ১১দফীয়া দাৱী চনদ পূৰণৰ দাৱীৰে এই বিক্ষোভ কাৰ্য্যসূচী এই সকল কৰ্মচাৰীয়ে ৰূপায়িত কৰে।দাৱী চনদ অনুসৰি অস্থায়ী বিদ্যুতকৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, অসম চৰকাৰে ঘোষণা কৰা পাঁচহেজাৰ পদত অস্থায়ী কৰ্মীক অগ্ৰাধিকাৰ দিয়া,কোনো বাচনি প্ৰক্ৰিয়া নোহোৱাকৈ অস্থায়ী কৰ্মীক নিয়মীয়া কৰণ কৰা , সম মজুৰিব্যৱস্থা কৰা আদিকে ধৰি বহুকেইটা দাৱীৰে বিক্ষোভ কাৰ্য্যসূচী ৰপায়িত এইসকল কৰ্মচাৰীৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मंगलदास बांदल अखेर उतरले मैदानात
मंगलदास बांदल अखेर उतरले मैदानात
पुणे जिल्हातील ठिकठिकाणी बांदल यांचा सन्मान...
શિક્ષણ મંત્રી જીતુ વાઘાણીની સામાન્ય જનતાને અપીલ, જાણો શું કહ્યું
તમામ નાગરિકોને વિનંતી કરવામાં આવે છે કે તેઓ 15 ઓગસ્ટ સુધીમાં તેમના સોશિયલ મીડિયા એકાઉન્ટની...
निखिल अग्रवाल हत्याकांड में फरार ईनामी आरोपी गिरफ्तार, टॉप-10 बदमाशो में शामिल आरोपी अमन योगी
भीमगंज मंडी थाना पुलिस ने खेड़ली फाटक जय अम्बे वाटर फिल्टर शॉप के पास निखिल अग्रवाल की चाकुओं से...
অসম আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ কাহৰ চিৰাপ আৰু এজনক আটক
অসম আৰক্ষীয়ে চলোৱা এক উল্লেখযোগ্য অভিযানত শিলচৰৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ (আই এছ বি টি)ৰ সমীপত...