অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাৰ বিষ্ণুপুৰ নাথ গাঁও বৰ নামঘৰ প্ৰাংগণত অসম প্ৰাদেশিক নাথ যোগী সন্মিলনীৰ বিষ্ণুপুৰ আঞ্চলিকে আয়োজন কৰে ৪২ ৰ শ্বহীদৰ স্মৃতি দিৱস। পুৱাই সন্মিলনীৰ পতাকা উত্তোলন কৰি ১৯৪২ ৰ ২০ ছেপ্টেম্বৰত ঢেকীয়াজুলি থানাৰ পৰা ব্ৰিটিছ ইউনিয়ন জেক আঁতৰাই জাতীয় কংগ্ৰেছৰ পতাকা উত্তোলন কৰিব লওঁতে বৃটিছৰ গুলিত প্ৰাণ আহুতি দিয়া জাতীয় বীৰ শ্বহীদ মনবৰ নাথ, কুহুলি দেৱী, কুমলী দেৱীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৪২ৰ গণ আন্দোলনৰ শ্বহীদ সকলৰ বিষয়ে পাঠ্যপুথিত অন্তৰ্ভূক্ত কৰি শ্বহীদ সকলক উচিত মৰ্যাদা দিবলৈ চৰকাৰলৈ আহ্বান জনায় শ্বহীদ কুমলি দেৱীৰ আজু নাতি সোনাৰাম নাথে। আনহাতে চিলাপথাৰৰ চিলাবালি কনকলতা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু নাথ যোগী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিয়ে আয়োজন কৰা শ্বহীদ দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰি নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰবিন্দ নাথে প্ৰীতি ফুটৱল খেলৰ শুভ উদ্ধোধনী কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
প্ৰতিবাদত উত্তাল মৰঙিৰ পোৰাবঙলা। বন্ধ হৈ থকা বগীঢলা চাহ বাগিচাৰ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবী ।
প্ৰতিবাদত উত্তাল মৰঙিৰ পোৰাবঙলা। বন্ধ হৈ থকা বগীঢলা চাহ বাগিচাৰ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবী ।...
India In WTC Final 2023: India has reached the second time in the WTC final - Newzdaddy
India In WTC Final 2023: India has reached the second time in the WTC final - Newzdaddy
পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা(দেহাৰকুছি)ৰ ব্যাপক আয়োজন
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা(দেহাৰকুছি)ৰ...
Shriram Finance Consolidates Its Green Finance Business under Shriram Green Finance
A vertical dedicated to financing a range of sustainable solutions
The Green Finance...
આદિવાસી જનકલ્યાણ વિકાશ સંગઠન દ્વારા અમીરગઢથી ડાંગ સુધી અધિકાર યાત્રા..
આદિવાસી જનકલ્યાણ વિકાશ સંગઠન દ્વારા અમીરગઢથી ડાંગ સુધી અધિકાર યાત્રા..
એક તીર એક...