ডবকাৰ শালবাগানত দাওঁদাওঁকৈ জ্বলিল এখন ডাম্পাৰ।

ডবকাৰ শালবাগানত 36 নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠিত হৈছে এই ঘটনাটো।

ততাতৈয়াকৈ স্থানীয় ৰাইজে হালধীআটী উপ আৰক্ষী চকী আৰু অগ্নিনিৰ্বাপক বাহীনিক খবৰ দিয়ে।

খবৰ পাইয়েই অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয়।