দৰঙত ভয়াবহ ভাবে বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিজ ৰোগৰ সংখ্যা। জিলা খনত ১ আগষ্টলৈকে ২২ গৰাকীৰ দেহত চিনাক্ত হৈছে জাপানিজ এনকেফেলাইতিজ সদৃশ ৰোগী। ইয়াৰে ৯ গৰাকী জাপানীজ এনকেফেলাইটিজ বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৭ গৰাকীৰ মৃত্যু হৈছে আৰু ১৫ গৰাকী চিকিৎসাধীন হৈ আছে। ইয়াৰে তিনি গৰাকীৰ জাপানিজ এনকেফেলাইতিজত আৰু চাৰি গৰাকী জাপানিজ এনকেফেলাইটিজ সদৃশত মৃত্যু হয়।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |