লখিমপুৰত জিলাত আজিৰে পৰা আৰম্ভ হৈছে বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক ২০২২ ৰ আৰম্ভণি ৷ আজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা° জগদীশ গোস্বামীয়ে স্বাস্থ্যকৰ্মী , বিষয়া আৰু ৰাইজৰ উপস্থিতিত পষেক যোৰা অভিযানৰ শুভ আৰম্ভণি কৰে ৷ এই বিশেষ কাৰ্যসুচী অনুসৰি জিলাখনৰ কোনো শিশু যাতে ডায়েৰীয়াত আক্ৰান্ত হৈ মৃত্যুমুখত নপৰে তাক নিশ্চিত কৰা হ’ব ৷ আনহাতে পষেকীয়া অভিযানটোৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) গীতালি দুৱৰাই শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অংশ স্বৰুপে লখিমপুৰে আৰম্ভ কৰা সজাগতামুলক মবাইল বাহন সেৱা ৷ মবাইল চিকিৎসা সেৱাৰ জৰিয়তে জিলাখনৰ স্বাস্থ্য উপকেন্দ্ৰসমুহত গৈ অআৰএছ আৰু জিংক কৰ্নাৰ প্ৰস্তুত কৰা আৰু স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ ৰাইজক ডায়েৰীয়া সম্পৰ্কে সজাগতা সৃষ্টি কৰা হ’ব ৷ উল্লেখ্য যে জুন জুলাই মাহত জিলাখনত শিশুৰ পৰা বয়োজ্যেষ্ঠ বহুলোক ডায়েৰীয়াত আক্ৰান্ত হৈ মৃত্যু পযন্ত হৈ আহিছে ৷ স্বাস্থ্য বিভাগৰ এনে সজাগতামুলক সেৱাৰ দ্বাৰা জিলাবাসী উপকৃত হোৱাৰ আশা কৰা হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাৰিদুৱাৰ বিজেপি যুৱ মৰ্চাৰ উদ্যোগত অনুস্থিত শোনিতপুৰ জিলা ভিত্তিত ফুটবল প্ৰতিযোগিতা
চাৰিদুৱাৰ বিজেপি যুৱ মৰ্চাৰ উদ্যোগত অনুস্থিত শোনিতপুৰ জিলা ভিত্তিত ফুটবল প্ৰতিযোগিতা
રૂ.35,000 કરોડની કોર્પોરેટ લોન ડાઉનગ્રેડનું જોખમ
લેટર ઓફ કમ્ફર્ટનું લખાણ અસ્પષ્ટ હોય છે અને તેને કોઈ કાનૂની પીઠબળ હોતું નથી અને તેમાં...
Electoral Bonds पर Supreme Court का फैसला आते ही विदेशी मीडिया ने PM Modi पर क्या लिखा?
Electoral Bonds पर Supreme Court का फैसला आते ही विदेशी मीडिया ने PM Modi पर क्या लिखा?
Modi Ukraine Visit: यूक्रेन दौरे पर जाएंगे प्रधानमंत्री मोदी, क्या देंगे शांति संदेश?
नई दिल्ली। प्रधानमंत्री नरेन्द्र मोदी रूस-यूक्रेन युद्ध के बीच कीव (यूक्रेन) का दौरा करेंगे।...
जिले में मुख्यमंत्री किसान सम्मान निधि योजना तहत पहली किश्त जमा
जिले में मुख्यमंत्री किसान सम्मान निधि योजना तहत पहली किश्त के 1 लाख 43 हजार 277 किसानों को 14...