আজি অসমৰ মহামহিম ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই ৫০বছৰ গৰকা মৰাণহাটৰ সাৰ্বজনীন দূৰ্গাপূজাৰ সোনালীজয়ন্তী বৰ্ষৰ শুভ উদ্বোধনী কৰা অনুষ্ঠানত উপস্থিত থিকে মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহনৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপদত্ত আৰুবহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থা কে।