লখিমপুৰত জিলাত আজিৰে পৰা আৰম্ভ হৈছে বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক ২০২২ ৰ আৰম্ভণি ৷ আজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা° জগদীশ গোস্বামীয়ে স্বাস্থ্যকৰ্মী , বিষয়া আৰু ৰাইজৰ উপস্থিতিত পষেক যোৰা অভিযানৰ শুভ আৰম্ভণি কৰে ৷ এই বিশেষ কাৰ্যসুচী অনুসৰি জিলাখনৰ কোনো শিশু যাতে ডায়েৰীয়াত আক্ৰান্ত হৈ মৃত্যুমুখত নপৰে তাক নিশ্চিত কৰা হ’ব ৷ আনহাতে পষেকীয়া অভিযানটোৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) গীতালি দুৱৰাই শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অংশ স্বৰুপে লখিমপুৰে আৰম্ভ কৰা সজাগতামুলক মবাইল বাহন সেৱা ৷ মবাইল চিকিৎসা সেৱাৰ জৰিয়তে জিলাখনৰ স্বাস্থ্য উপকেন্দ্ৰসমুহত গৈ অআৰএছ আৰু জিংক কৰ্নাৰ প্ৰস্তুত কৰা আৰু স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ ৰাইজক ডায়েৰীয়া সম্পৰ্কে সজাগতা সৃষ্টি কৰা হ’ব ৷ উল্লেখ্য যে জুন জুলাই মাহত জিলাখনত শিশুৰ পৰা বয়োজ্যেষ্ঠ বহুলোক ডায়েৰীয়াত আক্ৰান্ত হৈ মৃত্যু পযন্ত হৈ আহিছে ৷ স্বাস্থ্য বিভাগৰ এনে সজাগতামুলক সেৱাৰ দ্বাৰা জিলাবাসী উপকৃত হোৱাৰ আশা কৰা হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राहुल बोले-मोदी सरकार नया टैक्स स्लैब लाने की तैयारी में:₹1500 से ज्यादा के कपड़ों पर GST 12% से 18% करेगी, यह अन्याय है
कांग्रेस नेता राहुल गांधी ने शनिवार को केंद्र सरकार की टैक्स नीति को लेकर सवाल खड़े किए हैं।...
આ વીડિયો જોઈને તમને ખ્યાલ આવી જશે કે Londonમાં BAPS કેમ આટલું આગળ છે ! | Jamawat
આ વીડિયો જોઈને તમને ખ્યાલ આવી જશે કે Londonમાં BAPS કેમ આટલું આગળ છે ! | Jamawat
MP: જબલપુરની ખાનગી હોસ્પિટલમાં ભીષણ આગ, 5 લોકોના મોત
મધ્યપ્રદેશના જબલપુરમાં એક ખાનગી હોસ્પિટલમાં આગ લાગી હતી. આ આગમાં દાઝી જવાથી 5 લોકોના મોત થયાના...
સુત્રાપાડામાં એસટી બસ સમયસર ના આવતા વિદ્યાર્થીઓનો હોબાળો
સુત્રાપાડામાં એસટી બસ સમયસર ના આવતા વિદ્યાર્થીઓનો હોબાળો
গোলাঘাটত ১৪৪ ধাৰা জাৰি
*গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা*
গোলাঘাট, ১ মাৰ্চ : ৰাজ্যখনত অব্যাহত থকা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষাৰ সময়ছোৱাত যিকোনো বে-আইনী তথা অপ্ৰীতিকৰ ঘটনা ৰোধ কৰা তথা পৰীক্ষা কে
*গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা* গোলাঘাট, ১ মাৰ্চ : ৰাজ্যখনত অব্যাহত থকা হাইস্কুল...