চৌদিশে শুভ্ৰতাৰ সমাহাৰেৰে ন-ৰূপ প্ৰকৃতিৰ । এয়া শাৰদী ৰাণীৰ সমল । শাৰদীয় দূৰ্গাৎসৱৰ বাবে সাজু হৈছে ৰাজ্যবাসী । প্ৰান্তে প্ৰান্তে চলিছে মৃন্মুয় প্ৰতিমা নিৰ্মাণ । দেৱী দূৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসী । ব্যস্ত হৈ পৰিছে মৃত শিল্পী । সমাগত দূৰ্গা পূজা । মহানগৰীৰ পাণ্ডুত ২০ ফুট বিশাল উচ্চতাৰ মা দূৰ্গাৰ প্ৰতিমা নিৰ্মাণ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণ শাখা এক্সিচ বেংকত ভয়ংকৰ জালিয়াতি।ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰ কৰি একাউণ্ট খুলি প্ৰায় ২৪ লাখ টকা সৰকালে মাটি দালালে।বেংকৰ লোক জড়িত থকাৰ সন্দেহ ভুক্তভোগী পৰিয়ালৰ। মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত এক্সিচ বেংক মৰাণ শাখাত একাউণ্টৰ ভয়ংকৰ জালিয়াতিৰ...
રાંચીમાં ઈડીના દરોડા બાદ પ્રેમ પ્રકાશની ધરપકડ , દરોડામાં ઘરમાંથી AK-47 મળી આવી હતી
ગેરકાયદે માઈનિંગ કેસમાં બુધવારે રાંચીમાં ઈડીના દરોડા બાદ પ્રેમ પ્રકાશની ધરપકડ કરવામાં આવી છે....
आम आदमी पार्टीच्या कार्यालयामध्ये श्री गणेशाचे पूजन
आम आदमी पार्टीच्या कार्यालयामध्ये श्री गणेशाचे पूजन
વિરપુર તાલુકાના ખરોડ વિસ્તાર માં એગ્રીકલચર લાઈનના ત્રણ જેટલા વિજ પોલ પવનના કારણે જમીન ધ્વસ્ત થયા...
વિરપુર તાલુકામા ગતમોડી રાત્રીના સમયે ભારે પવન સાથે વરસાદ તુટી પડયો હતો ભારે પવનના કારણે વિરપુર...