এতিয়া শৰৎ ঋতু । ৰাজ্যত এতিয়া শাৰদীয় দুৰ্গা পূজাৰ উলহ মালহ পৰিৱেশ। আহিন মাহৰ শুকুলা ডাৱৰৰ নিৰ্মল আকাশৰ তলত নিয়ৰ সিক্ত দুবৰিৰ দলিচাত তলসৰা শেৱালিৰ সুবাস। শৰৎ মানেই যেন পূজাৰ বতৰ । যোৱা দুটা বৰ্ষ কভিডসৃষ্ট পৰিৱেশৰ বাবে ধুমধামেৰে দূৰ্গা পূজা অনুষ্ঠিত কৰিব নোৱাৰিলে যদিও এই বৰ্ষত কিন্তু পূৰ্ণ প্ৰস্তুতি চলিছে দূৰ্গা পূজাৰ পালনৰ বাবে। মৰাণ নগৰৰ পূজা কমিটি সমূহে আটক ধুনীয়াকৈ পূজা পেণ্ডেল সমূ নিৰ্মাণৰ পূৰ্ণ ব্যস্ততাৰ সমান্তৰাল কৈ এইবাৰ পূজাৰ আনন্দ উপভোগ কৰাবৰ বাবে মৰাণৰ ইলেভেন ষ্টাৰ সমিতিয়ে নতুন নগৰত আনিছে আনন্দ মেলা। মৰাণ নতুন নগৰত ইলেভেন ষ্টাৰ সমিতিয়ে অনা এই আনন্দ মেলাত সমূহ মৰাণ বাসীক সহায় সহযোগ কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शेकडो दिव्यांनी उजळून निघाला गुनाटचा
दत्त मंदिर परिसर...
शिरुर: दिवाळी सणाचे औचित्य साधून लक्ष्मीपूजनाच्या निमित्ताने गुनाट येथील दत्त मंदिर परिसरात...
টাইপাৰ কেন্দ্ৰীয় উপসভাপতি ৰ উপস্থিতিত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডোত সোণৰ পদক।লাভ কৰা খেলুৱৈক মৰাণত সম্বৰ্ধনা।
চত্তিশগড়ত অনুষ্ঠিত হোৱা ৩৭সংখ্যক ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা মৰাণৰ অম্লান...
क्या न्यूड फोटोशूट के लिए रणवीर सिंह को होगी सजा ?
क्या न्यूड फोटोशूट के लिए रणवीर सिंह को होगी सजा: भारत में अश्लीलता को लेकर क्या है कानून? मिलिंद...
Gujarat# B.K# સીઝન નું સૌથી નીચું 6 .9 ડિગ્રી તાપમાન નોંધાયું ગાડીઓ ઉપર બરફ જામ્યો
Gujarat# B.K# સીઝન નું સૌથી નીચું 6 .9 ડિગ્રી તાપમાન નોંધાયું ગાડીઓ ઉપર બરફ જામ્યો
Royal Enfield Classic 350 Bobber इंडियन मार्केट में जल्द मारेगी एंट्री, टेस्टिंग के दौरान आई नजर
नई Royal Enfield 350cc बाइक बॉबर होगी और इसकी पुष्टि इसके लंबे हैंडलबार और पीछे की फ्लोटिंग सीट...