এতিয়া শৰৎ ঋতু । ৰাজ্যত এতিয়া শাৰদীয় দুৰ্গা পূজাৰ উলহ মালহ পৰিৱেশ। আহিন মাহৰ শুকুলা ডাৱৰৰ নিৰ্মল আকাশৰ তলত নিয়ৰ সিক্ত দুবৰিৰ দলিচাত তলসৰা শেৱালিৰ সুবাস। শৰৎ মানেই যেন পূজাৰ বতৰ । যোৱা দুটা বৰ্ষ কভিডসৃষ্ট পৰিৱেশৰ বাবে ধুমধামেৰে দূৰ্গা পূজা অনুষ্ঠিত কৰিব নোৱাৰিলে যদিও এই বৰ্ষত কিন্তু পূৰ্ণ প্ৰস্তুতি চলিছে দূৰ্গা পূজাৰ পালনৰ বাবে। মৰাণ নগৰৰ পূজা কমিটি সমূহে আটক ধুনীয়াকৈ পূজা পেণ্ডেল সমূ নিৰ্মাণৰ পূৰ্ণ ব্যস্ততাৰ সমান্তৰাল কৈ এইবাৰ পূজাৰ আনন্দ উপভোগ কৰাবৰ বাবে মৰাণৰ ইলেভেন ষ্টাৰ সমিতিয়ে নতুন নগৰত আনিছে আনন্দ মেলা। মৰাণ নতুন নগৰত ইলেভেন ষ্টাৰ সমিতিয়ে অনা এই আনন্দ মেলাত সমূহ মৰাণ বাসীক সহায় সহযোগ কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Odisha Train Accident : वो लोग जो हादसे के तुरंत बाद घटनास्थल पर पहुंचे थे, उन्होंने क्या देखा? BBC
Odisha Train Accident : वो लोग जो हादसे के तुरंत बाद घटनास्थल पर पहुंचे थे, उन्होंने क्या देखा? BBC
ચોરવિરા ગામે વરરાજો હેલિકોપ્ટરમાં બેસીને પરણવા આવ્યો: ઘોડેસવારો આકર્ષણનું કેન્દ્ર બન્યા
સુરેન્દ્રનગર જિલ્લાના સાયલા તાલુકાના ચોરવિરા ગામના લોકો આશ્ચર્ય ચકિત થઈ ગયા, જ્યારે વરરાજા...
Wedding Gifts Tax: क्या अब शादियों में मिलने वाले Gifts पर भी होगी Tax की देनदारी? | CNBC Awaaz
Wedding Gifts Tax: क्या अब शादियों में मिलने वाले Gifts पर भी होगी Tax की देनदारी? | CNBC Awaaz