যোৱা ১১ ছেপ্টেম্বৰ তাৰিখে মৰাণ সমষ্টিৰ খোৱাঙত ৰাইজৰ দলৰ এখন সভাত সৃষ্টি হোৱা খেলিমেলি আৰু পৰবৰ্তী সময়ত দলৰ পৰা বহিষ্কৃত হোৱা চাৰি নেতা ক্ৰমে ৰাইজৰ দলৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা লক্ষীনাথ ফুকন, ৰাজ্যিক জাতীয় নাৰী বাহিনীৰ কাৰ্যবাহী সদস্যা ৰেখা গগৈ, ডিব্ৰুগড় জিলা সমিতিৰ উপসভাপতি কৰুণা বৰুৱা আৰু মৰাণ সমষ্টি সমিতিৰ সভাপতি তুলতুল বেজে মৰাণৰ মন্দাকিনী হোটেলত এক সংবাদমেল আয়োজন কৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । বহিষ্কৃত নেতা কেইজনে সংবাদমেলত উল্লেখ কৰা অনুসৰি ৰাইজৰ দলৰ নেতৃত্বত এতিয়া সুবিধাবাদী আৰু ফেচিবাদীৰ চৰিত্ৰৰ লোক আছে । ভাস্কৰ ডি শইকীয়া আৰু অখিল গগৈক নিজৰ মতে দল চলাবলৈ লাগে । সমষ্টিবিলাক শক্তিশালী হোৱাতো তেওঁলোকে নিবিচাৰে বুলি উল্লেখ কৰি অখিল গগৈক সুবিধাবাদী নেতা আখ্যা দিয়ে নেতা কেইজনে । বহিষ্কৃত নেতা কেইজনে আৰু কয় যে পঞ্চায়ত নিৰ্বাচনত বিজেপিক জিকাবৰ বাবেই ভাস্কৰ ডি শইকীয়া আৰু অখিল গগৈয়ে মৰাণ সমষ্টি সমিতিখন নিষ্কীয় কৰি ৰাখিছে । সেইদিনা মৰাণ সমষ্টি সমিতিৰ সভা আছিল । কিন্তু কেন্দ্ৰীয় সমিতিৰ এজন নেতাই ফোন কৰি সভাখন বন্ধ কৰি দিলে । ইয়াৰ অৰ্থ কিন্তু বেলেগ আছে বুলি উল্লেখ কৰে নেতাকেইজনে । এই সংবাদমেলতে নেতাকেইজনে ৰাইজৰ দলৰ পৰা প্ৰায় ৩০০ লোকে পদত্যাগ কৰিছে বুলি উল্লেখ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
India Defeats New Zealand and Bags ODI Series.Today’s match started on a funny note as the Indian captain forgot what to select after winning the toss.
India took down New Zealand quite comfortably in the second one-day international cricket match...
વલસાડ: ૧૦ દિવસના ગાયના બચ્ચાને ઉગારી લેવાયું
વલસાડ: ૧૦ દિવસના ગાયના બચ્ચાને ઉગારી લેવાયું
राज्य सरकार के अन्य का डटकर विरोध करेंगे कांग्रेस कार्यकर्ता गोविंद सिंह डोटासरा
बूंदी में पीसीसी अध्यक्ष डोटासरा व नेता प्रतिपक्ष टीकाराम जूली का किया स्वागत
बूंदी 24...
नए संसद भवन की तुलना ताबूत से करने पर भाजपा का पलटवार, कहा-भविष्य में राजद को दफन कर देगी जनता
नई दिल्ली, ताबूत की तस्वीर साझा कर त्रिभुजाकार नए संसद भवन से उसकी तुलना करने पर भाजपा ने...
फारेस्ट प्लांटेशन में अधजला शव मिलने से हड़कंप, हत्या के बाद जलाने की आशंका
पन्ना जिले के गुनौर में फारेस्ट प्लांटेशन के अंदर एक युवक का अधजला शव मिलने से क्षेत्र में सनसनी...