ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পথালিবাম তৰাজান গাঁৱত এটি ১১ বছৰীয়া চাহিল কৰোৱা নামৰ শিশুৰ ৰহস্যজনক ভাৱে মৃত্য হয়। ঘটনাৰ সন্দৰ্ভত ৰাইজে মৰাণ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে, লগতে ৰাইজৰ অভিযোগ ভিত্তিত শিশুটিৰ পিতৃ পঘনু কৰোৱা আটক কৰি সোধপোচ অব্যাহত ৰাখিছে। কিন্তু চাহিল কৰোৱাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
৬১নং ৰহা বিধানসভা সমষ্টিৰ ২২৩ৰাস উৎসৱ উদযাপন সমিতিলৈ ২৫-২৫হাজাৰ টকাৰ চেক প্ৰদান কৰে বিধায়ক শশীকান্ত দাসে।
ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধিন ৰাজ্য চৰকাৰৰ দ্বাৰা ৰাজ্যৰ ৰাস সমিতিলৈ আৰ্থিক অনুদান...
Rahul Gandhi के हेलिकॉप्टर की जांच | Loksabha Election 2024 | BJP vs Congress | Election 2024
Rahul Gandhi के हेलिकॉप्टर की जांच | Loksabha Election 2024 | BJP vs Congress | Election 2024
કઠલાલ તાલુકાના ચરેડ ખાતે પુસ્તક વિતરણ કાર્યક્રમ યોજાયો
કઠલાલ તાલુકાના ચરેડ ખાતે માધ્યમિક શાળા માં બાળકો ને વિનામૂલ્યે પુસ્તક વિતરણ કરવામાં આવ્યું.આ...
ભદ્રામલી ના લિલાપુરા ગામ માં લઘુશિબીર આયોજન કરવામાં આવ્યું
રિપોર્ટ. લતીફ સુમરા
આજરોજ તારીખ - ૧૯/૦૬/૨૦૨૩ ના પેટા આરોગ્ય કેન્દ્ર ભદ્રામલી ના...
संसद का मानसून सत्र आज से, वित्त मंत्री पेश करेंगी इकोनॉमिक सर्वे, कल पेश होगा बजट
संसद का मानसून सत्र सोमवार से शुरू होने जा रहा है। वित्त मंत्री निर्मला सीतारमण आज संसद में...