অসম সাহিত্য সভা ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিবেশন এইবাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত কৰা হ’ব৷ ৩০ জানুৱাৰী,১,২,৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া অধিবেশন খনি সাফল্যমণ্ডিত কৰিবলৈ আদৰণি সমিতিয়ে সকলো ধৰণৰ কামকাজ অব্যাহত ৰাখিছে৷ অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম অধিবেশনৰ অন্যতম আহ্বায়ক ধলপুৰ শাখা সমিতিয়ে আজি ধলপুৰস্থিত শ্ৰীশ্ৰী বিষ্ণু বালিকুছী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী সদানন্দ দেৱগোস্বামীৰ আবাসত গৈ প্ৰথম বৰঙনি সংগ্ৰহ কৰে। ধলপুৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়া সকলে জাতীয় সাজ পৰিধান কৰি আজি সৰ্বপ্ৰথমে সত্ৰাধিকাৰ গৰাকীৰ পৰা বৰঙনি সংগ্ৰহ কৰে৷ সত্ৰাধিকাৰ শ্ৰীশ্ৰীসদানন্দ দেৱগোস্বামীয়ে জাতীয় অনুষ্ঠানটিৰ বাবে সকলো ৰাইজকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગીત ગાઈને બાલીમાં PM મોદીનું જબરદસ્ત સ્વાગત કરાયું#India #bali #indonasia #pmmodi #viralvideo
ગીત ગાઈને બાલીમાં PM મોદીનું જબરદસ્ત સ્વાગત કરાયું#India #bali #indonasia #pmmodi #viralvideo
ईरान के नवनिर्वाचित राष्ट्रपति मसूद पजशकियान को PM मोदी ने दी बधाई, संबंधों को और मजबूत करने का दिया आश्वशन
नई दिल्ली। ईरान में मसूद पजशकियान देश के 9वें राष्ट्रपति बन गए हैं। उन्होंने कट्टरपंथी नेता...
মহানৱমী নিশা জোনাই বজাৰ দুৰ্গা মন্দিৰৰ পৰিৱেশ
মহানৱমী নিশা জোনাই বজাৰ দুৰ্গা মন্দিৰৰ পৰিৱেশ
પંજાબે કેન્દ્ર પાસેથી 1 લાખ કરોડનું પેકેજ માંગ્યું, સબસિડીને કારણે સંકટ વધ્યું
આર્થિક સંકટનો સામનો કરી રહેલી પંજાબ સરકારે કેન્દ્ર પાસે 1 લાખ કરોડ રૂપિયાનું પેકેજ જાહેર કરવાની...