আজি শিক্ষক দিৱস। মানৱ সম্পদ গঢ় দিয়াত নিজকে উৰ্চগা কৰা পতিজন শিক্ষককে শ্ৰদ্ধা আৰু সন্মান প্ৰদানৰ কাৰনে এই দিৱস অনুস্থিত কৰাহয়। শিক্ষক দিৱসৰ এই প্ৰৱিত্ৰ দিনটোতে মৰানবাসীৰ বাবে আহিল এটা ভাল খৱৰ। মৰান টাউন মধ্য।ইংৰাজী বিদ্যালয়ৰ দুগৰাকীকে শিক্ষয়ত্ৰী ক্ৰমে কবি আবৃত্তিকাৰ সংগীত শিল্পী , সমাজসেৱিকা অঞ্জু দত্তবৰুৱা আৰু লেখিকা, সমাজ সেৱিকা কৃপাঞ্জলী গগৈয়ে জিলা কৃৰ্তি শিক্ষকৰ সন্মান লাভ কৰিছে। বিদালয় খনৰ এই খবৰ ৰাজহুৱা।হোৱাৰ পিছতেবিদ্যালয় খনত এক উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰে। এই সন্মান লাভ কৰিদুয়োগৰাকী শিক্ষয়ত্ৰীয়ে অধিকঅনুপ্ৰেৰণা।লাভ কৰিছে বুলি।সংবাদ মাধ্যমৰ।আগত।প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರಿನಲ್ಲಿ 'ಶಿವಶರಣ ಶ್ರೀ ಹಡಪದ ಅಪ್ಪಣ್ಣ ಜಯಂತಿ' ಉದ್ಘಾಟನೆ
ಬೆಂಗಳೂರಿನ ರವೀಂದ್ರ ಕಲಾಕ್ಷೇತ್ರದಲ್ಲಿ ' ಶಿವಶರಣ ಶ್ರೀ ಹಡಪದ ಅಪ್ಪಣ್ಣ ಜಯಂತಿ'ಯನ್ನು ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರು...
মাহমৰা মৰাণ নগৰত আছুৰ।চৰাইদেউ জিলা সমিতিৰ অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তুৰ প্ৰতিবাদত ১০ ঘণ্টীয়া অনশণ কাৰ্য্যসূচী।
অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত সদৌঅসম ছাত্ৰসন্থাৰ আহ্বান মৰ্মে আজি...
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
দেশ বিভাজনৰ সময়ত বাংলাদেশলৈ গৈ পৰৱৰ্তী সময়ত কোন হৈছিল মন্ত্ৰী ?
দেশ বিভাজনৰ সময়ত বাংলাদেশলৈ গৈ পৰৱৰ্তী সময়ত কোন হৈছিল মন্ত্ৰী ?
વન વિભાગના કર્મચારીઓ ચોક્કસ મુદત માટે હડતાલ પર ઉતર્યા |forest | DAILY BODELI NEWS
વન વિભાગના કર્મચારીઓ ચોક્કસ મુદત માટે હડતાલ પર ઉતર્યા |forest | DAILY BODELI NEWS