হিন্দু জাগৰণ অসম, কমাৰবন্ধা আঞ্চলিক সমিতিৰ উদ্যোগত ,সাৰঙ্গপাণি শিল্পী সমাজ আৰু কমাৰবন্ধা গোহাঁই গাওঁৰ সমুহ ৰাইজৰ সহযোগত ২৯ চেপ্তেম্বৰ ১২ আহিন বৃহস্পতিবাৰে গোলাঘাট কমাৰবন্ধাৰ গোহাঁই গাওঁ শ্ৰমিক নামঘৰত মূৰাৰী শিল্পী সমাজৰ দ্বাৰা মহাপুৰুষীয়া নাট "*নৃহিংস মুৰাৰী*" ভাওনা প্ৰদৰ্শন কৰা হ'ব। 

সমুহ গোলাঘাটবাসী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি একান্তই কামনা কৰা হ'ল।