আজি গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় নগৰীয়া এক অভিযান ৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ প্ৰক্ৰিয়াকৰণ উদ্যোগ আচঁনি ৰ ৪০,০০০ টকাৰ অনুমোদন পত্ৰ অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে প্ৰদান কৰে। একেটা অনুষ্ঠানতে প্ৰধান মন্ত্ৰী স্বনিধি যোজনাৰ অধীনত পদপথৰ অধিকাৰী সকলক পৰিচয় পত্ৰ আৰু পৰিচয় ব'ৰ্ড প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજામાં પોલીસ અધિકારીએ મસમોટા સ્ટાફને સાથે રાખીને પગપાળા પેટ્રોલિંગ કર્યું
તળાજામાં પોલીસ અધિકારીએ મસમોટા સ્ટાફને સાથે રાખીને પગપાળા પેટ્રોલિંગ કર્યું
Duplicate Pan Card: आपके पास भी है दो पैन कार्ड तो तुरंत करें ये काम, भारी जुर्माने से बचने का ये है तरीका
नई दिल्ली, बिजनेस डेस्क। PAN Card वित्तीय मामलों से जुड़े सबसे महत्वपूर्ण दस्तावेजों में से...
নাজিৰাৰ মেকিপুৰ চাহ বাগিচাত সদৌ অসম ৰাজোৱাৰ সমাজৰ একবিংশতিতম চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিবেশন ।
শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত মেকিপুৰ চাহ বাগিচাত সদৌ অসম ৰাজোৱাৰ সমাজৰ একবিংশতিতম...
शिंदे आहेत, पण मंत्री कुठे आहेत?, सभागृहात मोठा गदारोळ | Dhananjay Munde on Eknath Shinde
शिंदे आहेत, पण मंत्री कुठे आहेत?, सभागृहात मोठा गदारोळ | Dhananjay Munde on Eknath Shinde