ৱাশ্বিংটন, ১৭ আগষ্ট । ভাৰতীয় সংস্কৃতি এতিয়া সমগ্ৰ বিশ্বত পৰিচিত। তাৰেই এক প্ৰমাণ পোৱা গ'ল আমেৰিকাৰ ডালাছত। দৰাচলতে ডালাছৰ এক ষ্টেডিয়ামত দুহেজাৰ শিশুৱে একেলগে গীতাৰ বাণীৰে সমগ্ৰ পশ্চিমীয়া বিশ্বক ভাৰতীয় সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'বলৈ বাৰ্তা দিছে।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

এক ভিডিঅ'ত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে শিশুসকলৰ এই দৃশ্য। কেৱল ভাৰতীয় মূলৰ শিশুয়েই নহয়, আমেৰিকানসকলেও এই গীতা পাঠত উপস্থিত আছে। উল্লেখ্য যে এই শিশুসকলে যোৱা দুবছৰ ধৰি ভগৱৎ গীতাৰ অনুশীলন কৰি আহিছে।