নুমলীগড় শোধনাগাৰ পঞ্চাশ শতাংশ আৰু ফিনলেণ্ডৰ চেমপলিছ্ অ’য়’ , মেচাৰ্ছ ফুৰটন পছিশ পছিশ শতাংশ অংশীদাৰীত্বৰে নুমলীগড়ৰ লেটেকুজান ৰজাবাৰীত নিৰ্মাণৰত অসম বায়’ ৰিফাইনেৰী প্ৰাইভেট লিমিটেড ( A B R P L ) ত সঘনাই বাদ প্ৰতিবাদে শোধনাগাৰটোৰ নিৰ্মান কাৰ্য ত্বৰান্বিত কৰাত বাধাৰ সৃষ্টি কৰিছে ৷ বুধবাৰেও স্থানীয় ঠিকাদাৰ সন্থাই বহিৰাগত বানচিল আৰু টোৱামেন ইঞ্জিনীয়াৰিং নামৰ দুই কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি ৷ সময়মতে কোম্পানী দুটায়ে স্থানীয় ঠিকাদাৰ সকলক প্ৰাপ্য ধন আদায় নিদিয়াত শ্ৰমিক কৰ্মচাৰী সকলৰ নাজল নাথল অবস্থাৰ সৃষ্টি হৈছে ৷ অবশ্যে প্ৰতিবাদস্থলীত শোধনাগাৰৰ বিষয়া উপস্থিত হৈ দুদিনৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়াত সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসুচীৰ সামৰণি মাৰে ৷ দুদিনৰ ভিতৰত এই দুই বহিৰাগত কোম্পানীয়ে ঠিকাদাৰ সকলৰ প্ৰাপ্য আদায় নিদিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajasthan Election 2023: 'बीजेपी की जीत के बाद भ्रष्टाचारी जेल जाएंगे'-Amit Shah | BJP | Congress
Rajasthan Election 2023: 'बीजेपी की जीत के बाद भ्रष्टाचारी जेल जाएंगे'-Amit Shah | BJP | Congress
Dibya Acharya grabbed the bronze medal in Assam Youth Olympic 2022, welcomed by different organisations.
Dibya Acharya age-15 daughter of Bhakta Acharya and Kamala Pradhan Acharya, vill- takoubari...
COVID-19 : भारत में बढ़ रहा कोरोना का खतरा, पिछले 24 घंटे में 9,629 नए केस आए सामने
देश में कोरोना संक्रमित मरीजों की संख्या बढ़ती जा रही है। देश में पिछले 24 घंटे में 9,629 नए...
अश्लील व्हिडिओ व्हायरल झाल्याने 8 विद्यार्थिनींचा आत्महत्येचा प्रयत्न
पंजाब: मोहाली येथील चंदीगड विद्यापीठातील एका विद्यार्थिनीनं आंघोळ करताना इतर विद्यार्थिनींचा...