আলফাত যোগদানৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ ।

ৰূপহীহাট আৰক্ষীয়ে তাৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে আনাৰুল হক নামৰ যুৱক জনক । 

আলফাৰ FACEBOOK PAGES ৰ জৰিয়তে আলফাত যোগদানৰ প্ৰচেষ্টা চলাইছিল যুৱক জনে । 

ৰূপহীহাট আৰক্ষীয়ে ধৃত যুৱক জনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখে আৰক্ষীয়ে ।