লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্ত বান্দৰদেৱাত অপহৰনৰ প্ৰচেষ্টা। এজন দশম শ্ৰেণীত অধ্যৰনৰত ছাত্ৰক ঘৰৰ ভিতৰৰ পঢ়া টেবুলৰ পৰাই অপহৰণৰ চেষ্টা। সন্ধিয়া ঘৰত পিতৃ মাতৃ নথকা অৱস্থাত ঘৰৰ পৰাই দাঙি চোচোৰাই লৈ গল জিতেন্দ্ৰ ঠেঙাল নামৰ দশম শ্ৰেণীৰ ছাত্ৰ জনক। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা ঘৰখনৰ পৰাই অপহৃত হোৱাৰ পিছত কেৱল নিজৰ বুদ্ধি কৌশলেৰে অপহৰণকাৰীৰ হাতৰ পৰা সাৰি আহিবলৈ সক্ষম হল বান্দৰদেৱাৰ জয়ৰাম ঠেঙালৰ পুত্ৰ জিতেন্দ্ৰ ঠেঙাল। দশম শ্ৰেণীৰ ছাত্ৰজনৰ পৰীক্ষা চলি থকাৰ বাবে নিজৰ ঘৰৰ দুৱাৰ বন্ধ কৰি অধ্যয়নত ব্যস্ত আছিল ছাত্ৰজন।কিন্তু দুৱাৰত দিয়া টোকৰত নিজৰ পিতৃ বা মাতৃ আহিছে বুলি ভাবি দুৱাৰ খুলি দিয়াৰ পিছতে দাংকোলাকৈ লৈ যায় অপহৰণ কাৰীয়ে। ঘটনা সম্পৰ্কত ইতিমধ্যে পৰিয়ালে বান্দৰদেৱা আৰক্ষীক অবগত কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi reacts to video of women wrestlers crying: ‘Beti Bachao a farce!’
The Congress hit out at Union home minister Amit Shah and the Delhi Police under him over a...
પાલીતાણા દરજી સમાજ દ્વારા ઇનામ વિતરણ કાર્યક્રમ કરાયો
પાલીતાણા દરજી સમાજ દ્વારા ઇનામ વિતરણ કાર્યક્રમ કરાયો
PORBANDAR પોરબંદરના ચાડેશ્વર મહાદેવ મંદિર નજીક સિંહે કર્યો વધુ બે પશુઓનો શિકાર 17 11 2022
PORBANDAR પોરબંદરના ચાડેશ્વર મહાદેવ મંદિર નજીક સિંહે કર્યો વધુ બે પશુઓનો શિકાર 17 11 2022
અમરેલી જીલ્લાના પ્રતિષ્ઠિત વ્યક્તિ એવા સાંસદ નારણભાઈ કાંછડિયા નાં વોટ્સએપમા ન્યુડ વિડીયો કોલ કરી , લોકોને ફસાવી પૈસા પડાવતી ગેંગના સભ્યને રાજસ્થાનથી અમરેલી ટીમની મદદથી પકડી પાડતી અમરેલી સાયબર ક્રાઇમ પોલીસ ટીમ
સાયબર ક્રાઇમ પોલીસ સ્ટેશન અમરેલી ફોન નં .૦૨૭૯૨ ૨૩૨૭૬૬ શ્રી અશોકકુમાર યાદવ સાહેબ , પોલીસ...