অৰুনাচলে ৰিঙিয়াইছে এতিয়া সকলোকে। ভূপেনদাৰ কালজয়ী সেই গীতটি আজি কামেং সিমান্ত ঘূৰিলো। হয় অৰুনাচল প্ৰদেশৰ কামেং নদীৰ পাৰত তথা টিপ্পীত অৱস্থিত এই জলপ্ৰপাতটো নাম যাৰ "লুলুম" অকা ৰানী লুলুমৰ নামেৰে নামাকৰন কৰা এই জলপ্ৰপাত টোত এতিয়া আগমন ঘটিছে বহু পৰ্য্যটকৰ। ভালুকপংৰ অসমৰ সীমাৰ পৰা প্ৰায় ২০ কি.মি.নিলগত অৰুনাচল প্ৰদেশৰ টিপ্পিত অৱস্থিত এই জলপ্ৰপাতটো এতিয়া সকলোৰে বাবে অৱসৰ বিনোদনৰ এক মনোমোহা ঠাই। প্ৰতি দিনে এই জলপ্ৰপাতোত আগমন ঘটিছে শ-শ লোকৰ। জলপ্ৰপাতোৰ পৰা পানী গৈ পৰে কামেং নদীত অৰুনাচল ৰ এই মনোমোহা পৰিবেশে এতিয়া প্ৰতিজনক হাত বাউলি দি মাতিছে। এই জলপ্ৰপাত টোত এই মনোমোহা পৰিবেশৰ মাজত কিছু সময় কটালে যে দেহৰ পৰা আঁতৰ হয় সকলো অৱসাদ যাৰ বাবে অসমৰ পৰা প্ৰতিদিনে এই লুলুম জলপ্ৰপাতলৈ আগমন ঘটেছে এতিয়া শ-শ লোকৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: रायबरेली से चुनाव लड़ेंगे Rahul Gandhi, Amethi से इस नेता को मिला टिकट
Lok Sabha Election 2024: रायबरेली से चुनाव लड़ेंगे Rahul Gandhi, Amethi से इस नेता को मिला टिकट
ડુંગરપુર ગામમાં વ્યક્તિના ત્રાસથી કંટાળીને એક મહિલાએ ઝેરી દવા ગટગટાવી હતી
ડુંગરપુર ગામમાં વ્યક્તિના ત્રાસથી કંટાળીને એક મહિલાએ ઝેરી દવા ગટગટાવી હતી
अमानगंज रककू ढाबा के पास तेज रफ्तार ट्रक ने मोटर बाइक को मारी टक्कर बाइक में सवार तीन लोग घायल कटनी रेफर
पन्ना जिले के अमानगंज थाना क्षेत्र अंतर्गत आने वाले पन्ना अमानगंज...
दोघा सख्ख्या भावांना जन्मठेप, कारण...
कोल्हापूर: संपूर्ण राज्याला हादरवून सोडणाऱ्या कसबा बावड्यातील ऑनर किलिंगप्रकरणी दोघा सख्ख्या...