তিনিচুকীয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন বিত্তীয় সাহাৰ্য্য প্ৰদানৰ শুভাৰম্ভ অনুষ্ঠান।