আসন প্ৰাণায়ামেৰে এজন হৃদয় ৰোগী কেনেদৰে সুস্থ হৈ থাকিব পাৰে -- যোগ পুৰুষ, কর্ম যোগী, ৰাজ যোগী,ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ বছৰীয়া ওপজা দিনত অখিল ভাৰতীয় যোগ শিক্ষক মহা সঙ্ঘই সমগ্ৰ ভাৰততে ৭২লাখ লোকৰ সমূহীয়া যোগাভ্যাসৰ কাৰ্যসূচী হাতত লয় । মৰিগাঁৱতো অখিল ভাৰতীয় যোগ শিক্ষক মহা সঙ্ঘ মৰিগাঁও জিলা সমিতিয়ে ভকত গাওঁ মণি কাঞ্চন যোগ বিদ্যালয়ৰ পূৰ্ণ সহযোগীতাত জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমূহীয়া যোগাভ্যাসৰ কাৰ্যসূচীৰ হাতত লয় অখিল ভাৰতীয় যোগ শিক্ষক মহা সঙ্ঘৰ মৰিগাঁও জিলাৰ সমিতিৰ সভানেত্রী কল্পনা গোস্বামী আৰু সম্পাদক ৰিণ্টু কুমাৰ বৰা। বন্তি প্ৰজ্বল কৰে জেষ্ঠ যোগ শিক্ষক মনোৰঞ্জন চৰকাৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Vijay DevraKonda and Ananya Pandey in Ahmedabad for LIGER Promotion
Vijay DevraKonda in Ahmedabad for LIGER Promotion.
लाल झंडा ऑटो रिक्शा चालक यूनियन की और से गुजरात से आई कावड़ यात्रा का किया स्वागत
रावतभाटा लाल झंडा ऑटो रिक्शा चालक यूनियन की तरफ से उज्जैन से आई सोमनाथ गुजरात रावतभाटा पहुंचने पर...
Aaj Ka Rashifal 18 September 2023: आज हरतालिका तीज के दिन इन राशियों पर जमकर बरसेगी शिव-गौरी की कृपा, दांपत्य जीवन में नहीं रहेगी प्यार और धन की कमी
Aaj Ka Rashifal 18 September 2023: मशहूर ज्योतिषी आचार्य इंदु प्रकाश से जानिए राशि के अनुसार आपका...
মুছলপুৰত বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
বাক্সা: চৰকাৰী চাকৰি লাভেই ছাত্ৰ- ছাত্ৰীসকলৰ জীৱন লক্ষ্য হোৱা উচিত নহয় ৷ শিক্ষা-দীক্ষা...
মই হিজড়া, দেউতাকক নক’বা’, ইলন মাস্কৰ ছোৱালীয়ে পেহীয়েকক টেক্সটযোগে কয়
বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ জীৱনীকাৰে প্ৰকাশ কৰিছে যে কোটিপতিগৰাকীৰ ডাঙৰ সন্তানটোৱে...