টেঙাপুখুৰী ধামধুলিৰ নিবাসী তথা অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ , অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক , প্ৰথম বিভাগৰ ৰেফৰী  হীৰেন গগৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ আন্ত:গাঁঠনি উন্নয়ন সমিতিৰ সদস্য নিৰ্বাচিত হয় ।