কইনা আনিবলৈ গৈ যোৱা এসপ্তাহে সন্ধানহীন নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত চৌদ্ধপুনীয়াৰ যুৱক চিত্ৰৰঞ্জন দত্ত ৷ গাঁওখনৰ প্ৰফুল্ল দত্ত আৰু মৌচুমী দত্তৰ সন্তান চিত্ৰৰঞ্জন যোৱা আঠ জুলাই বৰযাত্ৰী ৰুপে কইনা আনিবলৈ গৈছিল বিহপুৰীয়াৰ গন্ধিয়া গাঁৱলৈ ৷ সমনীয়াৰ লগতে হাঁহি ধেমালিৰে কইনাৰ ঘৰত সময় পাৰ কৰা চিত্ৰৰঞ্জন দত্ত কোনেও গম নোপোৱাকৈ সন্ধানহীন হৈ পৰিল ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ ষষ্ঠ ষান্মাষিকৰ ছাত্ৰ চিত্ৰৰঞ্জন দত্ত ঘৰলৈ উভতি নহাত পাচদিনা পিতৃয়ে বিহপুৰীয়া থানাত পুত্ৰ নিখোজ সম্পৰ্কে এক গোচৰ ৰুজ্জু কৰে ৷ আৰক্ষীয়ে চিত্ৰৰঞ্জনৰ সৈতে বৰযাত্ৰী হৈ যোৱা সাত সমনীয়াত সোধ পোচ কৰাৰ লগতে কইনা ঘৰৰ সন্মুখৰ পৰা সাম্ভাৱ্য সকলো স্থানত বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ লাভ কৰা নাই ৷ ডিক্ৰং নদীত পৰিব পৰা সম্ভাৱনাৰ বাবে এছডিআৰএফৰ জৰিয়তে নদীত অভিযান চলাই কোনো উত্তৰ পোৱা নাই ৷ পিতৃ মাতৃ তথা পৰিয়ালৰ দাবী অমায়িক যুৱকজনে নিজ ইচ্ছাতে কোনো ভুল পথ বাচি নলয় ৷ তেওঁৰ ওপৰত ডাঙৰ অঘটন হোৱাৰ সন্দেহ কৰিছে ৷ আৰক্ষীয়ে বিগত এটা সপ্তাহে যুৱকজনৰ কোনো সন্ধান লাভ নকৰাত যুৱকজন স্বইচ্ছাতে সন্ধানহীন হৈ কোনো বিদ্ৰোহী সংগঠনৰ প্ৰতি ধাবমান হোৱাৰ সম্ভাৱনাৰ দিশটোও পৰীক্ষা নিৰিক্ষা কৰি আছে যদিও সকলো ফালৰ পৰা কোনো সুদুত্তৰ লাভ নকৰাত চিত্ৰৰঞ্জনৰ পিতৃ মাতৃ তথা পৰিয়াল এতিয়া দিশহাৰা হৈ পৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यूपी के गोंडा में चंडीगढ़-डिब्रूगढ़ एक्सप्रेस के 14 डिब्बे पटरी से उतरे; तीन की मौत, 14 जख्मी
गोंडा जिले के गोंडा- मनकापुर रेलखंड के बीच चंडीगढ़ एक्सप्रेस के 14 डिब्बे पटरी से उतर गए। हादसे...
ಬೆಂಗಳೂರಿನ ಯುವನಿಕಾ ಸಭಾಂಗಣದಲ್ಲಿ ಇಂದು "15ನೇ ಬುಡಕಟ್ಟು ಯುವ ವಿನಿಮಯ ಕಾರ್ಯಕ್ರಮ" ನಡೆಯಿತು.
ಡಿಸೆಂಬರ್ 15, 2023
ಬೆಂಗಳೂರಿನ ಯುವನಿಕಾ ಸಭಾಂಗಣದಲ್ಲಿ ಇಂದು "15ನೇ ಬುಡಕಟ್ಟು ಯುವ ವಿನಿಮಯ ಕಾರ್ಯಕ್ರಮ"...
Lok Sabha Election 2024: Rahul को शहजादा कहने पर भड़कीं Priyanka, PM Modi को बताया शहंशाह
Lok Sabha Election 2024: Rahul को शहजादा कहने पर भड़कीं Priyanka, PM Modi को बताया शहंशाह
তেজস্বিতাৰ তদন্তৰ সাক্ষ্য দান কৰে জিলা আছুৱে
তেজস্বিতাৰ তদন্ত ৰ সাক্ষ্য দান কৰে জিলা আছুৱে।।
NEUFC আৰু Imperial Blueৰ সংবাদ মেল
NEUFC আৰু Imperial Blueৰ সংবাদ মেল