ৰাজ্যত আজি শুভাৰম্ভ কৰা হ’ল কোভিড-১৯ ভেকছিন অমৃত মহোৎসৱ। ‘ভেকছিন কৰক নিশ্চিত, সুৰক্ষা কৰক সুনিশ্চিত’ শ্ল’গানেৰে আৰম্ভ কৰা এই অভিযানৰ দৰং জিলাত শুভ উদ্বোধন কৰে জিলা স্বাস্থ্য বিষয়াই। দৰং জিলাৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত পুৱা ১১ বজাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে এই অভিযানৰ শুভাৰম্ভ কৰা হয়।অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি টিকাকৰণ অমৃত মহোৎসৱ আজিৰে পৰা ৭৫ দিনৰ কাৰণে যিসকলৰ ১৮ ৰ পৰা ৫৯ বছৰ লোকে তৃতীয় পালি ভেকচিন লোৱা নাছিল তেওঁলোকক আজিৰ পৰা ৭৫ দিনত ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।এই অভিযানৰ জৰিয়তে ১৮ ৰ পৰা ৫৯ বছৰ বয়সৰ যোগ্য ব্যক্তিসকলক কোভিড-১৯ সুৰক্ষাসূচক পালি সকলো চৰকাৰী টিকাকৰণ কেন্দ্ৰত পৰৱৰ্তী ৭৫ দিনলৈকে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
After sullying image of India, Rahul stifles the press too in US : Chugh
Tarun Chugh, National General Secretary of the Bharatiya Janata Party (BJP), strongly condemned...
Samsung Galaxy S24 Series: भारत में शुरू हो गई सैमसंग के प्रीमियम फ्लैगशिप सीरीज की प्री-बुकिंग, जानिए कैसे कर सकेंगे ऑर्डर
Samsung अपनी लेटेस्ट फ्लैगशिप स्मार्टफोन सीरीज को लॉन्च करने के पूरी तरह तैयार है। कंपनी ने अपने...
Laser से चश्मा हटवाना चाहते हैं तो गुड न्यूज़! Silk Surgery सेकंड्स में काम करती है | Sehat ep 759
Laser से चश्मा हटवाना चाहते हैं तो गुड न्यूज़! Silk Surgery सेकंड्स में काम करती है | Sehat ep 759
বালিপৰাত বিশ্বখনিকৰৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃত শিল্পী
মাজত মাত্ৰ দুটা দিন ৷ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা সমাগত ৷ এইবছৰ মৃৎশিল্পী সকলৰ মাজতো...
চুপাৰ-4ৰ অন্তিম খেলত শ্ৰীলংকাৰ হাতত পৰাস্ত পাকিস্তান
স্পিনাৰ ৱানিন্দু হাচাৰাঙ্গাৰ নেতৃত্বত বলাৰসকলৰ পিছত পাথুম নিচানকাৰ অৰ্ধশতকৰ ভিত্তিত শ্ৰীলংকাই...