নলবাৰী জিলাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা (দেহাৰকুছি) মণ্ডপত অহা ২৪ অক্টোবৰত শ্ৰীশ্ৰী শ্যামাপূজাৰ আয়োজন কৰিছে৷উল্লেখ্য যে জিলাৰ খনৰ অন্যতম এখন দুৰ্গাপূজা হিচাবে পৰিগণিত আৰু বৰ্তমানৰ কামৰূপ আৰু নলবাৰী জিলাৰ ৰাইজৰ মাজত জনপ্ৰিয়তা থকা পূজা হিচাবে এইবেলিৰ শ্ৰীশ্ৰীদুৰ্গাপূজাত যথেষ্ট সংখ্যাক ভক্তপ্ৰান ৰাইজৰ সমাগম হৈছিল৷ষষ্ঠীৰ পৰা দশমীলৈ ৰাইজে যথেষ্ট পৰিমাণে সহাৰি দিছে৷দুৰ্গাপূজাৰ পিচতে উক্ত স্থানত যোবা ন অক্টোবৰত শ্ৰীশ্ৰী লক্ষ্মীপূজাও অনুষ্ঠিত হয়৷লক্ষ্মীপূজাৰ দিনাখনো বহুতো ভক্তপ্ৰাণ ৰাইজে সহযোগ কৰিছে৷উক্ত দুয়োখন পূজাৰ পিচতে অহা ২৪ অক্টোবৰত অনুষ্ঠিত হব লগা শ্ৰীশ্ৰী শ্যামাপূজাটো ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बूंदी में रथ यात्रा उत्सव 7 जुलाई को, विभिन्न मंदिरों में विभिन्न आयोजन होगे
बूंदी के सभी प्रमुख मंदिरों में श्री जगन्नाथ रथ यात्रा उत्सव 7 जुलाई को धूमधाम एवं हर्षोल्लास से...
Lucknow Phase 5 Voting 2024 Update: लखनऊ में अब तक पड़े हैं इतने प्रतिशत वोट, लगी लंबी कतारें
Lucknow Phase 5 Voting 2024 Update: लखनऊ में अब तक पड़े हैं इतने प्रतिशत वोट, लगी लंबी कतारें
કૃષ્ણ જન્મોત્સવની ગુજરાતી કલાકાર ક્રિષ્ના પંચાલ સાથે ધૂમ
#buletinindia #gujarat
দেৰগাঁও থানালৈ দেশৰ ভিতৰত দ্বিতীয় আৰু ৰাজ্যৰ ভিতৰতে প্ৰথম শ্ৰেষ্ঠ থানাৰ সন্মান।
দেশৰ ভিতৰত দ্বিতীয় আৰু ৰাজ্যৰ ভিতৰতে প্ৰথম শ্ৰেষ্ঠ থানাৰ সন্মান দেৰগাঁও থানালৈ।
অসম চৰকাৰৰ গৃহ...