অসমৰ অপেছাদাৰী নাট্য আন্দোলনৰ অন্যতম সাধক চৈয়দ নাজিম আহমেদক কালি সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে প্ৰদান কৰে "বাণ থিয়েটাৰ বঁটা" । নটসূৰ্য্য ফণী শৰ্মাৰ ৫২ সংখ্যক স্মৃতিদিৱসৰ দিনটোত কালিৰে পৰা পাঁচদিনীয়াকৈ আয়োজিত নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি প্ৰথম দিনটোৰ বিশেষ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ অখিল চন্দ্র শৰ্মাক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিগত দুটা বছৰৰ বাণ থিয়েটাৰৰ অন্নদা কুমাৰ পদ্মপতি সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ক্ৰমে সুজিত শৰ্মা আৰু তাজ হুছেইনক আৰু কাৰ্তিক হাজৰিকা সোঁৱৰণী ন্যাসৰ বঁটা শিশু অভিনয় শিল্পী জাগৃতি কৌণ্ডিন্যক প্ৰদান কৰাৰ উপৰি তিনিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থও উন্মোচিত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा में मुक्ति धाम की दीवार गिरी
केशवपुरा मुक्तिधाम की दीवार गिरी
पार्षद पी डी गुप्ता ने बताया कि दीवार गिरने से तीन...
বৰখালাত শ্ৰীশ্ৰী দুৰ্গাপূজাৰ আয়োজন
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালাত অহা ১,২,৩,৪ আৰু ৫ অক্টোবৰত শ্ৰীশ্ৰী...
মৰাণত ধন দাবীত নামিল দুই RPF (Railway Protection Force) বিষয়া- জোৱান । RPF ৰ Maligaon Internal vigilance group ৰ তদন্ত অব্যাহত
মৰাণত ধন দাবীত নামিল দুই RPF (Railway Protection Force) বিষয়া- জোৱান । RPF ৰ Maligaon Internal...
'अगर CRPF नहीं होती तो...', मणिपुर के सीएम ने बताई जिरीबाम में आतंकी हमले की दास्तां
नई दिल्ली। Manipur CM on CRPF मणिपुर में हिंसा रुकने का नाम नहीं ले रही है। अब जिरीबाम जिले...