অসমৰ অপেছাদাৰী নাট্য আন্দোলনৰ অন্যতম সাধক চৈয়দ নাজিম আহমেদক কালি সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে প্ৰদান কৰে "বাণ থিয়েটাৰ বঁটা" । নটসূৰ্য্য ফণী শৰ্মাৰ ৫২ সংখ্যক স্মৃতিদিৱসৰ দিনটোত কালিৰে পৰা পাঁচদিনীয়াকৈ আয়োজিত নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি প্ৰথম দিনটোৰ বিশেষ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ অখিল চন্দ্র শৰ্মাক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিগত দুটা বছৰৰ বাণ থিয়েটাৰৰ অন্নদা কুমাৰ পদ্মপতি সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ক্ৰমে সুজিত শৰ্মা আৰু তাজ হুছেইনক আৰু কাৰ্তিক হাজৰিকা সোঁৱৰণী ন্যাসৰ বঁটা শিশু অভিনয় শিল্পী জাগৃতি কৌণ্ডিন্যক প্ৰদান কৰাৰ উপৰি তিনিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থও উন্মোচিত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BOTAD - શહેરના મંગળપરામાં ફોરવીલ કારમાં લાગી આગ
BOTAD - શહેરના મંગળપરામાં ફોરવીલ કારમાં લાગી આગ
કેશોદ તાલુકાના શેરગઢ ગામે સર્વરોગ નિદાન કેમ્પ યોજાયો
કેશોદ તાલુકાના શેરગઢ ગામે સર્વરોગ નિદાન કેમ્પ યોજાયો
बॉलीवुड म्यूजिकल नाइट में थिरके दर्शक
दशहरा मेला उत्सव को लेकर नगरपालिका मंडल के तत्वावधान में प्रताप स्टेडियम में बॉलीवुड म्यूजिकल...
Union Budget 2024: Capital Gains Tax के नियम अब हो सकते हैं आसान, बजट में बड़ा ऐलान संभव | News
Union Budget 2024: Capital Gains Tax के नियम अब हो सकते हैं आसान, बजट में बड़ा ऐलान संभव | News
PM मोदी ने राहुल गांधी को बताया था बालक बुद्धि,कांग्रेस ने पीएम को बताया बैल बुद्धि !
प्रधानमंत्री नरेंद्र मोदी लोकसभा में राष्ट्रपति के अभिभाषण पर धन्यवाद प्रस्ताव का जवाब दे रहे थे।...