বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু বৰহাটৰ যুৱক। চৰাইদেউ জিলাৰ বৰহাট নাহৰপুখুৰী গাঁৱৰ নিবাসী দুলাল গগৈ আৰু ডালিমী গগৈৰ কণিষ্ঠ পুত্ৰ দেৱ গগৈ(৩৭)। জানিব পৰা মতে দেৱ গগৈয়ে প্ৰায় এবছৰ ধৰি বহিঃৰাজ্য কেৰালাৰ এনাকুলাম জিলাত অৱস্থিত এটা কোম্পানীত শ্ৰমিক হিচাপে কৰ্ম সম্পাদন কৰি আছিল। যোৱা ১৭ ছেপ্টেম্বৰৰ নিশা কৰ্মৰত অৱস্থাতে অতি ৰহস্যজনকভাৱে দেৱ গগৈৰ মৃত্যু হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sachin Tendulkar Statue: सचिन-सचिन के नारों से गूंज उठा वानखेड़े स्टेडियम | ABPLIVE
Sachin Tendulkar Statue: सचिन-सचिन के नारों से गूंज उठा वानखेड़े स्टेडियम | ABPLIVE
મુંબઈ ખાતે ડોક્ટર કૃષ્ણ ચૌહાણ દ્વારા “મહાત્મા ગાંધી રત્ન સન્માન 2022” નું આયોજન કરવામાં આવ્યું...
મુંબઈ ખાતે ડોક્ટર કૃષ્ણ ચૌહાણ દ્વારા “મહાત્મા ગાંધી રત્ન સન્માન 2022” નું આયોજન...
ৰহাত উপাংকৰ শৰ্মা প্ৰতিভা সন্ধানী চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন।বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত।
ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষয়ত্ৰী বিউটি শৰ্মা আৰু প্ৰদীপ কুমাৰ শৰ্মাৰ সু পুত্ৰ তথা...
झुंझुनूं में निर्दलीय प्रत्याशी राजेंद्र भांबू ने भरा पर्चा, भाजपा से बगावत कर मैदान में उतरे
झुंझुनूं विधानसभा से आज निर्दलीय प्रत्याशी के तौर पर भाजपा जिला उपाध्यक्ष राजेंद्र भांबू ने अपना...