২৩দিনীয়াকৈ ঢকুৱাখনা নৰ্মাল স্কুলৰ প্ৰাংগণত অনুষ্ঠিত এই নাট কৰ্মশালাত ৮০ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।এই সামৰণি অনুস্থানত প্ৰশিক্ষাৰ্থী সকলে ৰূপজ্যোতি মহন্তৰ'ককিলা 'আৰু'এ বেড ৰুম,' নামৰ দুখন নাটকৰ লগতে পংকজ জ্যোতি ভূঞাৰ 'পঞ্চৱতী'নামৰ নাটখন মঞ্চস্থ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

যোৰহাট 'ৰিপলিক থিয়েটাৰৰ নিতো গগৈ আৰু অজয় মেচে প্ৰশিক্ষণ প্ৰদান কৰা এই কৰ্মশালা সামৰণিত প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ মান পত্ৰৰে সন্মানিত কৰা হয়।।