ৰহদৈপুখুৰীৰ বেংমূৰীয়া কোঁৱৰ গাঁওৰ কৃষক লীলেশ্বৰ হাতীমুৰীয়াৰ দুবিঘা মাটিত নাজিৰা মহকুমা ATMA সন্থাৰ উদ্যোগত APART ৰ সহযোগত দহ বিধ ধানৰ পৰীক্ষামুলক খেতিৰ শুভাৰম্ভ কৰা হয় । এই অনুষ্ঠানত নাজিৰা মহকুমা কৃষি বিষয়া ক্ষীৰেশ্বৰ শইকীয়া জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনি সমন্বয়ক ড:প্ৰদীপ সন্দিকৈ , নাজিৰা মহকুমা কৃষি সম্প্ৰসাৰণ বিষয়া মৰমী বৰগোঁহাই, ৰহদৈ গাঁও পঞ্চায়তৰ সভাপতি কেশ কোঁৱৰৰ লগতে বহু কেইজন বিষয়ববীয়াৰ লগতে গাঁওৰ কৃষক ৰাইজ উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোৱনশিৰিত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
সোৱনশিৰিত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাধাৰণ সভা সম্পন্ন।
ৰহা শাখাৰ ডায়ৰেকটৰী প্ৰস্তুত ৰ প্ৰস্তাৱ, সাধাৰন সভাৰ অনুমোদন।
ৰহাত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ, ৰাজ্যিক সমিতিলৈ প্ৰস্তাৱ প্ৰেৰন।
অসম জ্যেষ্ঠ নাগৰিক সন্মিলন,ৰহা শাখাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত...
चाळीस वर्षीय शेतकऱ्यांची गळफास घेऊन आत्महत्या,
चाळीस वर्षीय शेतकऱ्यांची गळफास घेऊन आत्महत्या,
"पैठण तालुक्यातील हर्षी येथील घटना"
पाचोड विजय...
ઉના કોંગ્રેસ સમિતિ દ્વારા સર્કિટ હાઉસ ખાતે મિટિંગ મળી
ઉના કોંગ્રેસ સમિતિ દ્વારા સર્કિટ હાઉસ ખાતે મિટિંગ મળી
MCN NEWS| रोहयोमंत्री संदिपान भुमरे यांच्या हस्ते जायकवाडीचे जलपूजन
MCN NEWS| रोहयोमंत्री संदिपान भुमरे यांच्या हस्ते जायकवाडीचे जलपूजन