ৰহদৈপুখুৰীৰ বেংমূৰীয়া কোঁৱৰ গাঁওৰ কৃষক লীলেশ্বৰ হাতীমুৰীয়াৰ দুবিঘা মাটিত নাজিৰা মহকুমা ATMA সন্থাৰ উদ্যোগত APART ৰ সহযোগত দহ বিধ ধানৰ পৰীক্ষামুলক খেতিৰ শুভাৰম্ভ কৰা হয় । এই অনুষ্ঠানত নাজিৰা মহকুমা কৃষি বিষয়া ক্ষীৰেশ্বৰ শইকীয়া জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনি সমন্বয়ক ড:প্ৰদীপ সন্দিকৈ , নাজিৰা মহকুমা কৃষি সম্প্ৰসাৰণ বিষয়া মৰমী বৰগোঁহাই, ৰহদৈ গাঁও পঞ্চায়তৰ সভাপতি কেশ কোঁৱৰৰ লগতে বহু কেইজন বিষয়ববীয়াৰ লগতে গাঁওৰ কৃষক ৰাইজ উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધનસુરાના કરોલી પાસે ટ્રકમાં ભીષણ આગ
#buletinindia #gujarat #arvalli
कोटा में हुई झमाझम बारिश
कोटा
लगातार बारिश का दौर जारी
कोटा में सुबह से जारी हे बारिश
नयापुरा इलाके में हो रही हे...
સિદ્ધપુરમાં પાંચ પાંચ સ્વયંભુ શિવલિંગ જ્યાં શ્રાવણ માસમાં રહે છે ભક્તોની ભીડ
સિદ્ધપુરમાં પાંચ પાંચ સ્વયંભુ શિવલિંગ જ્યાં શ્રાવણ માસમાં રહે છે ભક્તોની ભીડ
শ্ৰমিক প্ৰান মহেন্দ্ৰ নাথশৰ্মা স্মৃতি আন্তঃবাগান ফুটবল টুৰ্ণামেন্তত ডবাচাহ বাগানৰ জয়লাভ।
অসম চাহ যজদুৰ সংঘ তথা ভাৰতীয় চাহ সংস্থা (এবিটা) ৰ সৌজন্যত আয়োজিত শ্ৰমিক প্ৰান মহেন্দ্ৰ নাথ শৰ্মা...
মৰানত সদৌঅসম মহিলা কৰ্মচাৰী সন্থাৰ ৩২তম অধিবেশনৰ প্ৰস্তুতি।
১৯৯১ চনত জন্মলাভ কৰা সদৌঅসম মহিলা কৰ্মচাৰী সন্থাৰ ৩২তম অধিবেশন খন এইবাৰ মৰানত অনুস্থিত হ'বমৰিন...