ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল সোণাৰিৰ এটা পৰিয়াল। সোণাৰিৰ নামতোলা ৰোডস্থিত এটা ভাড়াঘৰত বাস কৰা মানিক সাহা আৰু নীৰজ দেৱীৰ পৰিয়ালটো সৌভাগ্যক্ৰমে ৰক্ষা পৰিল ভয়ংকৰ বিপদৰ পৰা। তথ্য অনুসৰি পানী গৰম কৰিবলৈ লওঁতেই গেছ চিলিণ্ডাৰটো অকস্মাৎ বিজুতি ঘটাত চৌকাত দপদপাই জুই জ্বলি উঠে। ইয়াৰ পৰিপ্ৰেক্ষিতত নীৰজ দেৱী নামৰ মহিলা গৰাকীয়ে কোলাত কেঁচুৱা লৈ থকা অৱস্থাৰেই জুই নিৰ্বাপনৰ বাবে চেষ্টা চলোৱাত যদিও জুয়ে হাতৰ আঙুলি স্পৰ্শ কৰে। অৱশ্যে জ্বলি উঠা জুইকুৰা নুমুৱাবলৈ সক্ষম হয় নিজৰ বুদ্ধিমত্তাৰ বাবে। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপন বাহিনীৰ লোকৰ লগতে স্থানীয় ৰাইজ উপস্থিত হয় পৰিয়ালটোক উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰে। যাৰ ফলত এক ভয়ংকৰ বিপদৰপৰা ৰক্ষা পৰে পৰিয়ালটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Top Headlines Of The Day: Rajasthan Elections | BJP | Sukhpal Singh Khaira Arrested | Asian Games
Top Headlines Of The Day: Rajasthan Elections | BJP | Sukhpal Singh Khaira Arrested | Asian Games
উজনি মাজুলী মিলন সংঘত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰস্তুতি
উজনি মাজুলী মিলন সংঘত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰস্তুতিঃ বিভিন্ন জাতি-জনগোষ্ঠীৰ সন্মিলিত...
बिरला के लोकसभा स्पीकर बनने पर किसान मोर्चा मंडल अध्यक्ष देवलाल फागणा ने जताया हर्ष
बूंदी। कोटा- बूंदी लोकसभा संसदीय क्षेत्र से लगातार दूसरी बार ओम बिरला के लोकसभा स्पीकर बनने पर...
Realme के इन स्मार्टफोन को मिलेगा Android 14 बीटा अपडेट, लिस्ट में चेक करें अपना डिवाइस
Realme Android 14 Update List Realme ने अपने स्मार्टफ़ोन के लिए Android 14 बीटा अपडेट के रोडमैप...